உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • SOP: হাস্পতাললৈ অহা ৰোগীৰো প্ৰয়োজন নাই কোভিড পৰীক্ষা,  আঁতৰিল কোভিড সংক্ৰান্তীয় এইসমূহ বাধা-নিষেধ  

    SOP: হাস্পতাললৈ অহা ৰোগীৰো প্ৰয়োজন নাই কোভিড পৰীক্ষা,  আঁতৰিল কোভিড সংক্ৰান্তীয় এইসমূহ বাধা-নিষেধ  

    অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্য চৰকাৰে কোৰোণাৰ সকলো ধৰণৰ বাধা-নিষেধ প্ৰত্যাহাৰ কৰিছে।

    অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্য চৰকাৰে কোৰোণাৰ সকলো ধৰণৰ বাধা-নিষেধ প্ৰত্যাহাৰ কৰিছে।

    অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্য চৰকাৰে কোৰোণাৰ সকলো ধৰণৰ বাধা-নিষেধ প্ৰত্যাহাৰ কৰিছে।

    • Share this:
    সোমবাৰে ৰাজ্য চৰকাৰে জাৰি কৰিছে কোভিড সংক্ৰান্তীয় নতুন এছঅ'পি। অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্য চৰকাৰে কোৰোণাৰ সকলো ধৰণৰ বাধা-নিষেধ প্ৰত্যাহাৰ কৰিছে।

    নতুন SOP অনুসৰিঃ

    • এতিয়াৰে পৰা চিকিৎসালয়লৈ অহা ৰোগীৰ প্ৰয়োজন নহ'ব ক'ভিড টেষ্ট।

    • বিমান বন্দৰ, ৰে'লৱে ষ্টেশ্যনতো কৰাব নালাগে ক'ভিড টেষ্ট।

    • প্ৰত্যাহাৰ হ'ব সকলো ক'ভিড নিষেধাজ্ঞা।

    Published by:Himangshu Bhuyan
    First published: