অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্য চৰকাৰে কোৰোণাৰ সকলো ধৰণৰ বাধা-নিষেধ প্ৰত্যাহাৰ কৰিছে।
অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্য চৰকাৰে কোৰোণাৰ সকলো ধৰণৰ বাধা-নিষেধ প্ৰত্যাহাৰ কৰিছে।
সোমবাৰে ৰাজ্য চৰকাৰে জাৰি কৰিছে কোভিড সংক্ৰান্তীয় নতুন এছঅ'পি। অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্য চৰকাৰে কোৰোণাৰ সকলো ধৰণৰ বাধা-নিষেধ প্ৰত্যাহাৰ কৰিছে।
নতুন SOP অনুসৰিঃ
- এতিয়াৰে পৰা চিকিৎসালয়লৈ অহা ৰোগীৰ প্ৰয়োজন নহ'ব ক'ভিড টেষ্ট।
- বিমান বন্দৰ, ৰে'লৱে ষ্টেশ্যনতো কৰাব নালাগে ক'ভিড টেষ্ট।
- প্ৰত্যাহাৰ হ'ব সকলো ক'ভিড নিষেধাজ্ঞা।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|