• Home
  • »
  • News
  • »
  • assam
  • »
  • 'মূল্যবৃদ্ধি ৰোধ কৰিব পৰা নাই, সমষ্টি উন্নয়নৰ টকা দিব পৰা নাই, কেৱল উপ নিৰ্বাচনত লাগি আছে'- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনা কংগ্ৰেছী বিধায়ক কমলেক্ষ দেৱ পুৰকায়স্থৰ

'মূল্যবৃদ্ধি ৰোধ কৰিব পৰা নাই, সমষ্টি উন্নয়নৰ টকা দিব পৰা নাই, কেৱল উপ নিৰ্বাচনত লাগি আছে'- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনা কংগ্ৰেছী বিধায়ক কমলেক্ষ দেৱ পুৰকায়স্থৰ

থাওৰা,মৰিয়নি,ভৱানীপুৰ,তামুলপুৰ,গোসাঁইগাঁও এই পাঁচোটা সমষ্টিৰ উপ–নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে জয়লাভ কৰাৰ পিছত পুনৰ চৰ্চাত কংগ্ৰেছী বিধায়কৰ বিজেপি গমন প্ৰসংগ ৷

  • Share this:
থাওৰা,মৰিয়নি,ভৱানীপুৰ,তামুলপুৰ,গোসাঁইগাঁও এই পাঁচোটা সমষ্টিৰ উপ–নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে জয়লাভ কৰাৰ পিছত পুনৰ চৰ্চাত কংগ্ৰেছী বিধায়কৰ বিজেপি গমন প্ৰসংগ ৷ নাম চৰ্চাত আছে তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱা, দুধনৈৰ বিধায়ক যাদৱ স্বৰ্গীয়াৰী, বকোৰ বিধায়িকা নন্দিতা দাস, ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ, বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মনৰ ৷ পিছে এইবাৰ এই সন্দৰ্ভত মুখ খুলিছে কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলেক্ষ দেৱ পুৰকায়স্থই।

কমলেক্ষ দেৱ পুৰকায়স্থই কয় যে, 'মুখ্যমন্ত্ৰীয়ে অসমৰ উন্নয়নৰ বাবে কাম কৰক ৷ ৰাইজে দিয়া মেনডেট ক্ৰমে কাম কৰক ৷ কেৱল উপ-নিৰ্বাচন, উপ-নিৰ্বাচন কৰি কিয় আছে ৷ এয়া দুৰ্ভাগ্যজনক বিষয় ৷ মূল্যবৃদ্ধি ৰোধ কৰিব পৰা নাই ৷ সমষ্টি উন্নয়নৰ টকা দিব পৰা নাই ৷ উপ নিৰ্বাচন পাতি বিষয়বোৰ তল পেলাবলৈ চেষ্টা কৰিছে ৷ আমাৰ কংগ্ৰেছৰ কোনো নাযায় আৰু BJP লৈ ৷ আমি একত্ৰিত হৈ আছো ৷ ক্ষমতাৰ পিছত দৌৰা কেইজনৰ কথা সুকীয়া ৷ ক্ষমতাৰ পিছত দৌৰা কেইজন গৈছেই ৷'
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি