মুখ্যপৃষ্ঠা » খবৰ

» অসম

»ব্ৰহ্মপুত্ৰৰ বুকুত ফেৰী দুৰ্ঘটনাক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী ! মন্ত্ৰী বিমল বৰাক তাৎক্ষণিকভাৱে দুৰ্ঘটনাস্থলীলৈ প্ৰেৰণ, কাইলৈ দুৰ্ঘটনাস্থলীলৈ যাব মুখ্যমন্ত্ৰী...

ব্ৰহ্মপুত্ৰৰ বুকুত ফেৰী দুৰ্ঘটনাক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী ! মন্ত্ৰী বিমল বৰাক তাৎক্ষণিকভাৱে দুৰ্ঘটনাস্থলীলৈ প্ৰেৰণ, কাইলৈ দুৰ্ঘটনাস্থলীলৈ যাব মুখ্যমন্ত্ৰী...

News18 Assam | News18-Assam
Updated:September 8, 2021, 5:53 PM IST
ব্ৰহ্মপুত্ৰৰ বুকুত ফেৰী দুৰ্ঘটনাক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী ! মন্ত্ৰী বিমল বৰাক তাৎক্ষণিকভাৱে দুৰ্ঘটনাস্থলীলৈ প্ৰেৰণ, কাইলৈ দুৰ্ঘটনাস্থলীলৈ যাব মুখ্যমন্ত্ৰী...
ব্ৰহ্মপুত্ৰত ফেৰী দুৰ্ঘটনাক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মন্ত্ৰী বিমল বৰাক তাৎক্ষণিকভাৱে দুৰ্ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হৈছে। কাইলৈ দুৰ্ঘটনাস্থলী নিজে পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 

  • Share this:
ব্ৰহ্মপুত্ৰৰ বুকুত নিমাতীঘাটৰ সমীপত ফেৰী দুৰ্ঘটনাক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। প্ৰশাসনক সৰ্বতোপ্ৰকাৰে উদ্ধাৰকাৰ্যত জপিয়াই পৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীগৰাকীৰ। এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ সহযোগত উদ্ধাৰ অভিযান ক্ষিপ্ৰতৰ কৰি তুলিবলৈ মুখ্যমন্ত্ৰীয়ে যোৰহাট আৰু মাজুলী জিলা প্ৰশাসনক নিৰ্দেশ দিছে।

ঘটনাৰ চৰজমিন বুজ লোৱাৰ বাবে মন্ত্ৰী বিমল বৰাক তাৎক্ষণিকভাৱে দুৰ্ঘটনাস্থলীলৈ যাবলৈ নিৰ্দেশ দিছে। প্ৰধান সচিব সমীৰ কুমাৰ সিনহাক অহৰ্নিশে পৰিস্থিতি নিৰীক্ষণৰ বাবে তেওঁ নিৰ্দেশ দিছে। কাইলৈ দুৰ্ঘটনাস্থলী নিজে পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Published by: Kokil Sarma
First published: September 8, 2021, 5:49 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি