শেহতীয়াকৈ মাজুলীত অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনি হোৱাৰ আশংকা আহি পৰিছে। যিহেতু যোৰহাটৰ পৰাই প্ৰায়বোৰ অত্যাৱশ্যকীয় সামগ্ৰী যায় মাজুলীলৈ। কিন্তু আজি ৫ দিন মাজুলীলৈ অত্যাৱশ্যকীয় সামগ্ৰী নিব পৰা নাই ব্যৱসায়ীসকলে।

ভয়ংকৰ নিমাতী ঘাট দুৰ্ঘটনাৰ আজি পঞ্চমটো দিন। ঘটনাক লৈ আজিও অব্যাহত আছে উদ্বিগ্নতা। এতিয়াও সন্ধান নাই চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ।একেদৰে এখন চৰকাৰী জাহাজ আৰু এখন ৰ'পেস্ক জাহাজেৰে সম্প্ৰতি যাত্ৰীসকলক যাতায়তৰ সুবিধা কৰিছে যদিও বন্ধ হৈ আছে অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা ফেৰী সেৱা।
শেহতীয়াকৈ মাজুলীত অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনি হোৱাৰ আশংকা আহি পৰিছে। যিহেতু যোৰহাটৰ পৰাই প্ৰায়বোৰ অত্যাৱশ্যকীয় সামগ্ৰী যায় মাজুলীলৈ। কিন্তু আজি ৫ দিন মাজুলীলৈ অত্যাৱশ্যকীয় সামগ্ৰী নিব পৰা নাই ব্যৱসায়ীসকলে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|