আজিৰে পৰা নিমাতী-মাজুলীত একক ইঞ্জিন ফেৰী বন্ধ কৰিলে মুখ্যমন্ত্ৰীয়ে। নিমাতী ঘাটত দুখন ৰ'পেস্ক সহ ছখন চৰকাৰী জাহাজ চলিব।নিমাতী ঘটনাত মৃত্যু হোৱা পৰিমিতাৰ পৰিয়ালক সকলো প্ৰকাৰে সহায় কৰিব চৰকাৰে।
আজিৰে পৰা নিমাতী-মাজুলীত একক ইঞ্জিন ফেৰী বন্ধ কৰিলে মুখ্যমন্ত্ৰীয়ে। নিমাতী ঘাটত দুখন ৰ'পেস্ক সহ ছখন চৰকাৰী জাহাজ চলিব।নিমাতী ঘটনাত মৃত্যু হোৱা পৰিমিতাৰ পৰিয়ালক সকলো প্ৰকাৰে সহায় কৰিব চৰকাৰে।
আজিৰে পৰা নিমাতী-মাজুলীত একক ইঞ্জিন ফেৰী বন্ধ কৰিলে মুখ্যমন্ত্ৰীয়ে। নিমাতী ঘাটত দুখন ৰ'পেস্ক সহ ছখন চৰকাৰী জাহাজ চলিব।নিমাতী ঘটনাত মৃত্যু হোৱা পৰিমিতাৰ পৰিয়ালক সকলো প্ৰকাৰে সহায় কৰিব চৰকাৰে। প্ৰয়োজনত আত্মীয়ক দিব সংস্থাপন।
চৰকাৰী সুত্ৰ অনুসৰি এই পৰ্যন্ত নিমাতি ঘটনাত লক্ষীমপুৰৰ এগৰাকী আৰু যোৰহাটৰ এগৰাকী চিকিৎসক নিৰুদ্দেশ হৈ আছে। নৱেম্বৰ মাহৰ পৰা আৰম্ভ হব নিমাতী মাজুলী সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য। চাৰিবছৰত সম্পূৰ্ণ হব দলঙৰ কাম।
যোৰহাট আৰক্ষীক এক গোচৰ ৰুজু কৰি নিমাতী ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ভৰ বাৰিষা ৰ'পেস্ক জাহাজৰ চলাচল বন্ধ হৈ থকা বিষয়টোও সোমাব তদন্তত। একক ইঞ্জিন চালিত ফেৰীৰ গৰাকীক দুই ইঞ্জিন চালিত কৰিবলৈ দিব ১০ লাখকৈ টকা।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|