শিলাদিত্য দেৱ ‘বলিয়া কুকুৰ’! কোনে ক’লে?

শিলাদিত্য দেৱৰ বিৰুদ্ধে সৰব প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী নীলমণি সেন ডেকা

News18-Assam
Updated:November 8, 2019, 5:37 PM IST
শিলাদিত্য দেৱ ‘বলিয়া কুকুৰ’! কোনে ক’লে?
শিলাদিত্য দেৱৰ বিৰুদ্ধে সৰব প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী নীলমণি সেন ডেকা
News18-Assam
Updated: November 8, 2019, 5:37 PM IST
বিজেপিৰ বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে সৰব হৈছে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী, তথা ধৰ্মপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক নীলমণি সেন ডেকা। নলবাৰীত এখন সভাত শিলাদিত্য দেৱক ‘বলিয়া কুকুৰ’ আখ্যা দিয়ে মন্ত্ৰীগৰাকীয়ে।

নীলমণি সেন ডেকা


বিজেপি দলক সমালোচনা কৰিবলৈ গৈ ডেকাই শিলাদিত্যৰ শেহতীয়া কথা বতৰাৰ প্ৰত্যুত্তৰ দিবলৈ গৈ বলিয়া কুকুৰ আখ্যা দিয়ে প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি