• Home
  • »
  • News
  • »
  • assam
  • »
  • কবি নীলমণি ফুকনলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ে আগবঢ়ালে সন্মানীয় ‘ডি লিট’ ডিগ্ৰী

কবি নীলমণি ফুকনলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ে আগবঢ়ালে সন্মানীয় ‘ডি লিট’ ডিগ্ৰী

নীলমণি ফুকনক অসম সাহিত্য সভাই ইয়াৰ পূৰ্বে ‘অসমৰ জাতীয় কবি’ৰ মৰ্যাদা প্ৰদান কৰিছিল

নীলমণি ফুকনক অসম সাহিত্য সভাই ইয়াৰ পূৰ্বে ‘অসমৰ জাতীয় কবি’ৰ মৰ্যাদা প্ৰদান কৰিছিল

নীলমণি ফুকনক অসম সাহিত্য সভাই ইয়াৰ পূৰ্বে ‘অসমৰ জাতীয় কবি’ৰ মৰ্যাদা প্ৰদান কৰিছিল

  • Share this:
    সোমবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে কবি নীলমণি ফুকনক প্ৰদান কৰিলে ডিলিত উপাধি ।ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ লগতে 3 জন অধ্যাপক গুৱাহাটীস্থিত নিলাচলপূৰৰ কবি নীলমণি ফুকনৰ নিজ বাসগৃহত উপস্থিত হৈ এই সন্মান প্ৰদান কৰে । ডিব্ৰুগড় বিশ্ববিদ্যালয় দিয়া এই ডি লিট সন্মান লাভ কৰি উৎফুল্লিত হৈ কবি গৰাকীয়ে ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ক ধন্যবাদ জ্ঞাপন কৰে ।
    First published: