খানাপাৰাত দপদপকৈ জ্বলি উঠিল যাত্ৰীবাহী নৈশবাছ, কেনেকৈ লাগিল জুই?

News18-Assam
Updated:November 22, 2019, 7:02 AM IST
খানাপাৰাত দপদপকৈ জ্বলি উঠিল যাত্ৰীবাহী নৈশবাছ, কেনেকৈ লাগিল জুই?
বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে। ‍বিধ্বংসী জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হয় বাছখন।

বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে। ‍বিধ্বংসী জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হয় বাছখন।

  • Share this:
মহানগৰীৰ খানাপাৰাত নিশা দপদপকৈ জ্বলিল উঠিল এখন যাত্ৰীবাহী নৈশবাছ। ISBTৰ পৰা তিনিচুকীয়া অভিমুখে গৈ থকাৰ পথতে জ্বলি উঠে বাছখন। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে। ‍বিধ্বংসী জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হয় বাছখন। সৌভাগ্যক্ৰমে ৰক্ষা পৰে বাহনখনৰ যাত্ৰীসকল। ভস্মীভূত নৈশ বাছখন নম্বৰ AS 06 BC 3477।
আৰু চাওক
পৰৱৰ্তী বাতৰি