গুৱাহাটী গ্ৰেণেড বিস্ফোৰণৰ তদন্ত কৰিব NIA-এ

সন্ধিয়াই গুৱাহাটীৰ গ্ৰেণেড বিস্ফোৰণথলী পৰিদৰ্শন তদন্তকাৰী দলৰ।

news18assam
Updated:May 16, 2019, 9:28 AM IST
গুৱাহাটী গ্ৰেণেড বিস্ফোৰণৰ তদন্ত কৰিব NIA-এ
সন্ধিয়াই গুৱাহাটীৰ গ্ৰেণেড বিস্ফোৰণথলী পৰিদৰ্শন তদন্তকাৰী দলৰ।
news18assam
Updated: May 16, 2019, 9:28 AM IST
বুধবাৰে সদাব্যস্ত জু–ৰোডৰ চেন্ট্ৰেল ম’লৰ সমীপত সংঘটিত গ্ৰেণেড বিস্ফোৰণৰ তদন্ত কৰিব NIA-এ। সন্ধিয়া প্ৰায় ৭বাজি ৪০মিনিটত  বিস্ফোৰণ সংঘটিত হোৱাৰ পিছতে তদন্তকাৰী সংস্থাৰ এটা দলে ঘটনাস্থলী পৰিদৰ্শন কৰি বুজ লয়। আজি এই সন্দৰ্ভত গোচৰ ৰুজু হোৱাৰ সম্ভাৱনা আছে।চাওক বিস্ফোৰণৰ ঠিক পিছৰ ফটো:

গীতানগৰত ভৰ্তি হৈ থকাসকল




আৰু চাওক পৰৱৰ্তী বাতৰি