জুৰোডৰ বিস্ফোৰণক লৈ দুটা গোচৰ ৰুজু কৰিলে NIA–ই

১৫ মে’ত জুৰোডত সংঘটিত হৈছিল গ্ৰেনেড বিস্ফোৰণ।

News18-Assam
Updated:July 11, 2019, 9:10 PM IST
জুৰোডৰ বিস্ফোৰণক লৈ দুটা গোচৰ ৰুজু কৰিলে NIA–ই
১৫ মে’ত জুৰোডত সংঘটিত হৈছিল গ্ৰেনেড বিস্ফোৰণ।
News18-Assam
Updated: July 11, 2019, 9:10 PM IST
মহানগৰীৰ জুৰোড বিস্ফোৰণক লৈ দুটাকৈ গোচৰ ৰুজু কৰিলে NIA-এ। RC-04/2019/NIA/GUW নম্বৰত গোচৰ ৰুজু কৰিছে তদন্তকাৰী সংস্থাটোৱে। ১৫ মে’ত জুৰোডত সংঘটিত হৈছিল গ্ৰেনেড বিস্ফোৰণ। ঘটনাৰ অন্যতম অভিযুক্ত জাহ্নৱী শইকীয়া। জাহ্নৱীৰ ভাড়াঘৰত উদ্ধাৰ হৈছিল পিষ্টল, বিস্ফোৰকৰ লগতে গ্ৰেণেড নিৰ্মাণৰ সামগ্ৰী। এই সন্দৰ্ভত RC-O5/2019/NIA/GUW নম্বৰত গোচৰ ৰুজু কৰিছে তদন্তকাৰী সংস্থাটোৱে।
আৰু চাওক পৰৱৰ্তী বাতৰি