আলফা (স্বাঃ)ৰ বিৰুদ্ধে NIAৰ প্ৰথমটো গোচৰৰ ৰায়, দোষী সাব্যস্ত আলফা নেতা গগণ হাজৰিকা

গগণ হাজৰিকাক ৬ বছৰৰ কাৰাদণ্ডৰ লগতে ১৫ হাজাৰ টকা জৰিমনা NIAৰ আদালতৰ।

News18-Assam
Updated:June 12, 2019, 6:09 PM IST
আলফা (স্বাঃ)ৰ বিৰুদ্ধে NIAৰ প্ৰথমটো গোচৰৰ ৰায়, দোষী সাব্যস্ত আলফা নেতা গগণ হাজৰিকা
গগণ হাজৰিকাক ৬ বছৰৰ কাৰাদণ্ডৰ লগতে ১৫ হাজাৰ টকা জৰিমনা NIAৰ আদালতৰ।
News18-Assam
Updated: June 12, 2019, 6:09 PM IST
আলফা (স্বাঃ)ৰ বিৰুদ্ধে NIAৰ প্ৰথমটো গোচৰৰ ৰায়। দোষী সাব্যস্ত হ’ল আলফা নেতা গগণ হাজৰিকা। গগণ হাজৰিকাক ৬ বছৰৰ কাৰাদণ্ডৰ লগতে ১৫ হাজাৰ টকা জৰিমনা NIAৰ আদালতৰ। পৰেশ বৰুৱা, অভিজিত অসম আৰু গগণ হাজৰিকাৰ বিৰুদ্ধে NIA-এ গোচৰ ৰুজু কৰিছিল। গোচৰটোত পৰেশ বৰুৱাৰ বিৰুদ্ধেও দাখিল হৈছিল চাৰ্জশ্বীট। ৰুজু হৈছিল ধনদাবী আৰু ৰাষ্ট্ৰৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ গোচৰ। অবৈধ মাৰণাস্ত্ৰ সৰবৰাহৰ গোচৰো ৰুজু কৰিছিল NIA-এ।
NIA-এ নিজাববীয়াকৈ ৰুজু কৰিছিল এই গোচৰ। পৰেশ বৰুৱা আৰু অভিজিত অসমক ইতিমধ্য পলাতক ঘোষণা কৰা হৈছে। ২০১৭ চনত গ্ৰেপ্তাৰ কৰা হৈছিল গগণ হাজৰিকাক।
আৰু চাওক পৰৱৰ্তী বাতৰি