চিৰাঙত মধ্যাহ্ন ভোজনত বিহ মিহলোৱাৰ ভাবুকি প্ৰতিবাদকাৰীৰ! NGOয়ে ‍বন্ধ কৰিলে খাদ্য় যোগান!

News18-Assam
Updated:November 8, 2019, 10:21 AM IST
চিৰাঙত মধ্যাহ্ন ভোজনত বিহ মিহলোৱাৰ ভাবুকি প্ৰতিবাদকাৰীৰ! NGOয়ে ‍বন্ধ কৰিলে খাদ্য় যোগান!
আজিৰ পৰা ৪ জিলাত বন্ধ মধ্যাহ্ন ভোজন! NGO এ নিবিলাই খাদ্য

আজিৰ পৰা ৪ জিলাত বন্ধ মধ্যাহ্ন ভোজন! NGO এ নিবিলাই খাদ্য

  • Share this:
আজিৰ পৰা ৰাজ্যৰ ৪খন জিলাৰ চৰকাৰী বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত হ’ব ছাত্ৰ–ছাত্ৰী।  নগাঁও, হোজাই, চৰাইদেউত NGOয়ে নিবিলায় মধ্যাহ্ন ভোজন। মধ্যাহ্ন ভোজন বন্ধ কৰিলে মধ্যাহ্ন ভোজনৰ দায়িত্বত থকা মুনলাইট নামৰ NGO টোৱে। ফলত এতিয়া  চৰাইদেউত পুনৰ ৰান্ধনীকে মধ্যাহ্ন ভোজন যোগানৰ নিৰ্দেশ দিয়া হৈছে।

‍‍

বৃহস্পতিবাৰে  চিৰাঙতো যোগান নধৰিলে মধ্যাহ্ন ভোজন। দায়িত্বত থকা ছঘন ক্ষেত্ৰ বিকাশ সমিতি নামৰ NGO টোৱে নিবিলালে মধ্যাহ্ন ভোজন।হৰ্ঠাৎ মধ্যাহ্ন ভোজন বন্ধ কৰাত বিমোৰত বিদ্যালয় পৰিচালনা সমিতি, অভিভাৱক।

সেইদৰে মধ্যাহ্ন ভোজনৰ নামত চলিথকা খেলি মেলিৰ মাজতে  শিলচৰত পুনৰ বিদ্যালয় পৰিচালনা সমিতিয়ে ল’লে মধ্যাহ্ন ভোজনৰ দায়িত্ব। চিৰাঙত মধ্যাহ্ন ভোজনত বিহ মিহলোৱাৰ ভাবুকি প্ৰতিবাদকাৰীৰ। ভাবুকিৰ পাছতে মধ্যাহ্ন ভোজনৰ যোগান বন্ধ কৰিলে NGOয়ে।

 
First published: November 8, 2019, 10:21 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading