• Home
  • »
  • News
  • »
  • assam
  • »
  • নেহেৰু–লিয়াকৎ চুক্তিৰে বাংলাদেশৰ নাগৰিকত্ব লোৱা ব্যক্তিয়ে নগাওঁত বেদখল কৰিলে মাটি!

নেহেৰু–লিয়াকৎ চুক্তিৰে বাংলাদেশৰ নাগৰিকত্ব লোৱা ব্যক্তিয়ে নগাওঁত বেদখল কৰিলে মাটি!

প্ৰতীকী ফটো

প্ৰতীকী ফটো

News18ৰ বাতৰিৰ ভিত্তিত প্ৰতীক হাজেলালৈ পত্ৰ প্ৰেৰণ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ

  • Share this:
    News18 অসম/নৰ্থইষ্টৰ বাতৰিৰ প্ৰতিক্ৰিয়া। News18 ৰ বাতৰিৰ ভিত্তিত প্ৰতীক হাজেলালৈ পত্ৰ প্ৰেৰণ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ। নেহেৰু-লিয়াকৎ চুক্তিৰ জৰিয়তে ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰি বাংলাদেশলৈ যোৱা মিঞা হুছেইন পৰিয়ালে নগাঁৱৰ চিলঙনিত ভাৰতীয় নাগৰিকৰ মাটি বেদখল কৰাৰ বাতৰি প্ৰকাশ পাইছিল News18 অসম/নৰ্থইষ্টত। নজৰুল ইছলাম নামৰ এগৰাকী আৰক্ষী জোৱানে ন্যায় বিচাৰি ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰিছিল পত্ৰ। এই সন্দৰ্ভত News18 অসম/নৰ্থইষ্ট ত সম্প্ৰচাৰিত বাতৰিকো গুৰুত্বসহকাৰে লৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে NRCৰ ৰাজ্যিক বিষয়ববীয়াক কঠোৰ ব্যৱস্থা লোৱাৰ বাবে নিৰ্দেশ দিছে। লগতে অপৰাধী মিঞা হুছেইনৰ পৰিয়ালকো গ্ৰেপ্তাৰৰ নিৰ্দেশ দিছে।

     
    First published: