মুখ্যপৃষ্ঠা »খবৰ »অসম »JAFA Achiever Award 2022 : নিউজ১৮ অসমৰ দুই সাংবাদিকলৈ জাফা এচিভাৰ বঁটা, নাম ঘোষণা ৪৫গৰাকী বঁটাপ্ৰাপকৰ

JAFA Achiever Award 2022 : নিউজ১৮ অসমৰ দুই সাংবাদিকলৈ জাফা এচিভাৰ বঁটা, নাম ঘোষণা ৪৫গৰাকী বঁটাপ্ৰাপকৰ

৪ ডিচেম্বৰত গুৱাহাটীৰ হোটেল তাজ ভিভাণ্টাত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বঁটাসমূহ প্ৰদান কৰা হ'ব

৪ ডিচেম্বৰত গুৱাহাটীৰ হোটেল তাজ ভিভাণ্টাত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বঁটাসমূহ প্ৰদান কৰা হ'ব

৪ ডিচেম্বৰত গুৱাহাটীৰ হোটেল তাজ ভিভাণ্টাত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বঁটাসমূহ প্ৰদান কৰা হ'ব

  • Share this:
ৰাজ্যৰ সাংবাদিক -সংবাদকৰ্মীৰ উমৈহতীয়া মঞ্চ জাৰ্নেলিষ্ট এছ'চিয়েচন ফৰ আছাম চমুকৈ জাফাই আজি JAFA Achiever Award-২০২২ৰ বঁটাপ্ৰাপকসকলৰ নাম ঘোষণা কৰে।

জাফাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অভিদীপ চৌধুৰী, কাৰ্যকৰী সভাপতি পংকজ ডেকা, মুখ্য সাংগঠনিক সম্পাদক কুশল শইকীয়া আৰু সম্পাদক প্ৰধান কুঞ্জ মোহন ৰায়ৰ হৈ প্ৰচাৰ সম্পাদক কুলেন্দ্ৰ শইকীয়াই এক বিবৃতিযোগে বঁটাপ্ৰাপকসকলৰ নাম ঘোষণা কৰে ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ক্ষেত্ৰৰ ৪৫ গৰাকী‌ বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা জাফা এচিভাৰ এৱাৰ্ড ২০২২ৰে লগতে সন্মানিত হয় NEWS18Assam&NEৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱা আৰু ওদালগুৰিৰ স্থানীয় সংবাদদাতা ৰিপুঞ্জয় নাথ।

JAFA Achiever Award-২০২২ ৰ বঁটা লাভ কৰিছে ক্ৰমে
Journalism শিতানত
১৷ ৰত্নদীপ চৌধুৰী, ব্যুৰো চীফ, এনডি টিভি
২৷ টিপং হাঞ্চে, সম্পাদক দ্য আৰ্লেং ডেইলি
৩৷ সাম্য ভৰদ্বাজ, চীফ ষ্টাফ ৰিপ'ৰ্টাৰ, আমাৰ অসম
৪৷ হীৰামণি শৰ্মা, উপ-সম্পাদক, অসমীয়া প্ৰতিদিন
৫৷ মিণ্টু হাজৰিকা, জ্যেষ্ঠ সাংবাদিক, আছাম টক্‌ছ
৬৷ ৰাজু বৰুৱা, জ্যেষ্ঠ সাংবাদিক, নিউজ-১৮ অসম-নৰ্থইষ্ট

Photo Journalism শিতানত
৭৷ দিব্যজ্যোতি ৰাভা, জ্যেষ্ঠ ফটো সাংবাদিক, নিয়মীয়া বাৰ্তা

Video Journalism শিতানত
৮৷ সঞ্জয় বৰা, জ্যেষ্ঠ ভিডিঅ' সাংবাদিক, ডি ৱাই ৩৬৫

News Anchor শিতানত
৯৷ শ্যামলী বৰঠাকুৰ, এন কে টিভি, নিউজ এংকৰ

Best School of Journalism শিতানত
১০৷ টাৰ্নিং পইণ্ট, গুৱাহাটী

Dynamic Youth Leadership শিতানত
১১৷ জয়ন্ত মল্ল বৰুৱা, কেবিনেট মন্ত্ৰী, অসম চৰকাৰ

For Excellence in Police Service শিতানত
১২৷ হীৰেন নাথ, এডিজিপি, (এছ বি) আই পি এছ

For Excellence Medical Service শিতানত
১৩৷ ডাঃ অমল চন্দ্ৰ কটকী, সঞ্চালক বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট৷

For Excellence Service in Public Administration শিতানত
১৪৷ মেঘনিধি দাহাল, আয়ুক্ত, গুৱাহাটী পৌৰ নিগম (আই এ এছ)

Inspiring Educationist শিতানত
১৫৷ মেহবুবুল হক, আচাৰ্য, ইউ এছ টি এম

For Peace Intiative শিতানত
১৬৷ অভিজিত শৰ্মা, সঞ্চালক, আছাম পাব্লিক ৱৰ্কছ৷

Inspiring Women শিতানত
১৭৷ ডাঃ পাৰুল বৰুৱা, পৰিচালন সঞ্চালক, আৰ আই পি টি গ্ৰুপ অৱ ইনষ্টিটিউচন

Social Service শিতানত
১৮৷ পৰাগজ্যোতি দত্ত, হেল্‌থ চিটি হাস্পতাল, গুৱাহাটী

Social Influencer শিতানত
১৯৷ ভূষণ পাঠক, জনপ্ৰিয় ইউটিউবাৰ

Best Upcoming Singer শিতানত
২০৷ নাহিদ আফ্ৰিন, উদীয়মান জনপ্ৰিয় কণ্ঠশিল্পী৷

For Entrepreneur শিতানত
২১৷ বাহাৰুল ইছলাম লস্কৰ, যুৱ উদ্যোগী৷

For Youth Activisit শিতানত
২২৷ সন্দীপ লাহন, অসম যুৱ পৰিষদ৷

For Small Scale Industry শিতানত

২৩/ কৃষ্ণ প্ৰসাদ শৰ্মা
ক্ষুদ্ৰ চাহ খেতিয়ক

তদুপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মুঠ ২২গৰাকী গ্ৰাম্য সাংবাদিকক JAFA Achiever Award-২০২২ (for Rural Journalism)ৰ বাবে নিৰ্বাচিত কৰা হৈছে৷

জাফাৰ গ্ৰাম্য সাংবাদিকতা বঁটা লাভ কৰা সকল ক্ৰমে–
২৪৷ প্ৰশান্ত মহন্ত, ইষ্টাৰ্ণ ক্ৰনিকেল, তেজপুৰ
২৫৷ বীৰেন সিং ইংহি, কে,এই,টি নিউজ চেনেল, পশ্চিম কাৰ্বি আংলং
২৬৷ জয়ন্ত কাকতি, অসমীয়া প্ৰতিদিন, পাথৰিঘাট
২৭। মনালিছা শৰ্মা, দৈনিক অগ্ৰদূত, কোকৰাঝাৰ
২৮। বিশ্ব কল্যাণ পূৰকায়সঞ্জহ,প্ৰান্তজ্যোতি দৈনিক, শিলচৰ
২৯।ৰঞ্জিত দত্ত, ভিডিও সাংবাদিক, ডি ৱাই ৩৬৫, বঙাইগাঁও
৩০। কমল কৃষ্ণ ডেকা, প্ৰতিদিন টাইম, ডিমৰীয়া
৩১। ৰিপুঞ্জয় নাথ, নিউজ ১৮ অসম নৰ্থইষ্টি, ওদালগুৰি
৩২। চন্দ্ৰ সিং ৰংপি, কাৰ্বি লাইভ, বিশ্বনাথ চাৰিআলি
৩৩। ধনকেশ বৰ্মন, নাৰদ লাইভ, চিথিলা
৩৪। মৃণাল শৰ্মা, আমাৰ প্ৰণাম, শোণিতপুৰ
৩৫। মিণ্টু তালুকদাৰ, প্ৰথম খবৰ, বিজনী
৩৬। কনেশ্বৰ ডেকা, নিউজ লাইভ, কলাইগাও
৩৭। দীপৰাজ পেগু, আমাৰ অসম, গোগামুখ
৩৮। বনমালী মহন্ত , অৰুণোদয় লাইভ, ধেমাজি
৩৯। দিগন্ত সোণোৱাল, অসমীয়া প্ৰতিদিন, বগীনদী
৪৯। ৰাজু বৰা, ঈশান নিউজ, বান্দৰ দোৱা
৪১। ৰত্নেশ্বৰ চহৰীয়া, দৈনিক জনমভূমি, দেওমৰনৈ
৪২। দুলাল ডেকা, এন ই লাইভ, দৰঙ
৪৩। ৰমেশ দাস, নিয়মীয়া বাৰ্তা, সোণাপুৰ
৪৪। আমজাদ আলী, অসমীয়া খবৰ, লেংটিচিঙা, অভয়াপুৰী
৪৫। পাৰ্থ হাজৰিকা, অসমীয়া খবৰ, টিয়ক

উল্লেখ্য, ৪ ডিচেম্বৰত গুৱাহাটীৰ হোটেল তাজ ভিভাণ্টাত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বঁটাসমূহ প্ৰদান কৰা হ'ব বুলি বিবৃতিটোত প্ৰকাশ কৰিছে প্ৰচাৰ সম্পাদক কুলেন্দ্ৰ শইকীয়াই।

শেহতীয়া বাতৰি