মানি লবলৈয়ে কঠিন! কাল কোৰোণাই অকালতে কাঢ়ি লৈ গ'ল News18 অসমৰ কৰ্মচাৰী মনোজ কলিতাক

News18 Assam | News18-Assam
Updated:May 7, 2021, 6:39 PM IST
মানি লবলৈয়ে কঠিন! কাল কোৰোণাই অকালতে কাঢ়ি লৈ গ'ল News18 অসমৰ কৰ্মচাৰী মনোজ কলিতাক
কোৰোণাত আক্ৰান্ত মনোজ কলিতা GMCHৰ ICUত চিকিত্‍সাধীন হৈ আছিল।

কোৰোণাত আক্ৰান্ত মনোজ কলিতা GMCHৰ ICUত চিকিত্‍সাধীন হৈ আছিল।

  • Share this:

  • কোৰোণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে News18 অসমৰ কৰ্মচাৰী মনোজ কলিতা।

  • কোৰোণাত আক্ৰান্ত মনোজ কলিতা GMCHৰ ICUত চিকিত্‍সাধীন হৈ আছিল।


  • কিন্তু যোৱা বুধবাৰৰ পৰা মনোজৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিছিল।

  • শৰীৰত কমি গৈছিল অক্সিজেনৰ পৰিমাণ।

  • আৰু শুকুৰবাৰে চিকিত্‍সালয়ৰ বিচনাতে শেষ নিশ্বাস ত্যাগ কৰে News18 অসমৰ কৰ্মচাৰীজনে।

Published by: Himangshu Bhuyan
First published: May 7, 2021, 6:39 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি