আগতকৈও বিপজ্জনক নেকি নতুন CAB? News18ৰ হাতত বিতং তথ্য

News18 Assam | News18-Assam
Updated:December 4, 2019, 1:54 PM IST
আগতকৈও বিপজ্জনক নেকি নতুন CAB? News18ৰ হাতত বিতং তথ্য
হিমন্ত বিশ্ব শৰ্মাই কৈছিল, ৰাজ্যবাসীৰ আবেগ–অনুভূতিক সন্মান জনাই নতুনকৈ সজোৱা হৈছে CAB। News18 ৰ হাতত আহি পৰিছে নতুন CABৰ সবিশেষ তথ্য।

হিমন্ত বিশ্ব শৰ্মাই কৈছিল, ৰাজ্যবাসীৰ আবেগ–অনুভূতিক সন্মান জনাই নতুনকৈ সজোৱা হৈছে CAB। News18 ৰ হাতত আহি পৰিছে নতুন CABৰ সবিশেষ তথ্য।

  • Share this:
নাগৰিকত্ব সংশোধনী বিধেয়ককলৈ উত্তাল ৰাজ্য। তাৰ মাজতেই সংশোধীত CAB ৰ বিতং তথ্য আহি পৰিছে News18ৰ হাতত। কি আছে নতুন CABত?

১. সাল–সলনি নহ’ল Cut of Date। ভিত্তিবৰ্ষ ২০১৪ চনৰ ৩১ ডিচেম্বৰেই বাহাল থাকিব।

২. কেবৰ আওতালৈ নাহে BTAD অঞ্চল।

৩. ILP(ইনাৰ লাইন পাৰমিট) থকা ৰাজ্য কেবৰ বাহিৰত।

৪.ষষ্ঠ অনুসূচীৰ অন্তৰ্ভূক্ত এলেকা নাগৰিকত্ব সংশোধনী বিলৰ পৰা বাহিৰত থাকিব।

৫. অসমৰ তিনি পাহাৰীয়া জিলাত নপৰে CAB ৰ প্ৰভাৱ।

 

 
আৰু চাওক পৰৱৰ্তী বাতৰি