• Home
  • »
  • News
  • »
  • assam
  • »
  • টি চিত অতীত হ’ব মেখেলা চাদৰ, বিদ্যালয়খনৰ নতুন ইউনিফৰ্ম হ’ব স্কাৰ্ট টপ আৰু চুৰিদাৰ

টি চিত অতীত হ’ব মেখেলা চাদৰ, বিদ্যালয়খনৰ নতুন ইউনিফৰ্ম হ’ব স্কাৰ্ট টপ আৰু চুৰিদাৰ

ষষ্ঠৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰীৰ বাবে স্কাৰ্ট-টপ তাৰ বিপৰীতে একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰীয়ে পিন্ধিব লাগিব চুৰিদাৰ। বিদ্যালয় কৰ্তৃপক্ষৰ এই ঘোষণা।

  • Share this:
    গ্ৰীষ্মকালীন বন্ধৰ পিছত নতুন ইউনিফৰ্ম হ’ব তাৰিণী চৌধুৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ। মেখেলা চাদৰৰ পৰিৱৰ্তে হ’ব  স্কাৰ্ট টপ আৰু চুৰিদাৰ।

    গুৱাহাটী মাজজিয়াৰ ঐতিহ্যমণ্ডিত টি চি বালিকা বিদ্যালয়।১৯৪৫ চনত স্থাপিত হোৱা এই বিদ্যালয়খনত ছাত্ৰীৃসকলৰ দীৰ্ঘদিনীয়া সমস্যা আছিল বিদ্যালয়খনৰ ইউনিফৰ্ম। বিদ্যালয়খনত ছাত্ৰীয়ে পিন্ধিবলগীয়া হৈছিল স্কাৰ্ট টপ অথবা মেখেলা চাদৰ।বিদ্যালয়খনৰ পোছাকযোৰৰ বাবেই প্ৰত্যক বছৰে বিদ্যালয়খনত ক্ৰমান্বয়ে হ্ৰাস পাইছে ছাত্ৰীৰ সংখ্যা। পূৰ্বতে ছাত্ৰীৰ সংখ্যা আছিল ১২০০ আৰু বৰ্তমান ছাত্ৰীৰ সংখ্যা হৈছে ৫০০ গৰাকী।

    ষষ্ঠৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰীৰ বাবে স্কাৰ্ট-টপ তাৰ বিপৰীতে একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰীয়ে পিন্ধিব লাগিব চুৰিদাৰ। বিদ্যালয় কৰ্তৃপক্ষৰ এই ঘোষণা।

    কি ৰঙৰ হ’ব নতুন ইউনিফৰ্ম?

    চুৰিদাৰৰ দু–পাট্টা আৰু তলৰ পাইজামা হ’ব মেৰুণ ৰঙৰ। ওপৰৰ কুৰ্টিৰ ৰং হ’ব বগা।

    First published: