আগষ্টৰ পৰা কটনিয়ানে পিন্ধিব ইউনিফৰ্ম

১১৯ বছৰ গৰকা কটনৰ ইতিহাসত সূচনা হ’ব আন এক নতুন দিগন্তৰ। প্ৰথমবাৰৰ বাবে কটনিয়ানৰ গাত দেখিবলৈ পাব বিশ্ববিদ্যালয়খনৰ ইউনিফৰ্ম।

news18assam
Updated:May 30, 2019, 3:38 PM IST
আগষ্টৰ পৰা কটনিয়ানে পিন্ধিব ইউনিফৰ্ম
১১৯ বছৰ গৰকা কটনৰ ইতিহাসত সূচনা হ’ব আন এক নতুন দিগন্তৰ। প্ৰথমবাৰৰ বাবে কটনিয়ানৰ গাত দেখিবলৈ পাব বিশ্ববিদ্যালয়খনৰ ইউনিফৰ্ম।
news18assam
Updated: May 30, 2019, 3:38 PM IST
কটনৰ ইতিহাসত নতুন অধ্যায়ৰ সূচনা। এতিয়াৰে পৰা কটনিয়ানৰ গাত দেখা পাব ইউনিফৰ্ম।
উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীয়ে পিন্ধিব লাগিব ইউনিফৰ্ম।

১১৯ বছৰ গৰকা কটনৰ ইতিহাসত সূচনা হ’ব আন এক নতুন দিগন্তৰ। প্ৰথমবাৰৰ বাবে কটনিয়ানৰ গাত দেখিবলৈ পাব বিশ্ববিদ্যালয়খনৰ ইউনিফৰ্ম। অৱশ্যে এই ইউনিফৰ্ম এই বৰ্ষত পৰিধান কৰিব কেবল উচ্চতৰ মাধ্যমিকত নামভৰ্তি কৰা প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীয়েহে। কটন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ অনুশাসন শিক্ষাৰ্থীয়ে মানি চলাৰ বাবেই কৰ্তৃপক্ষৰ এই সিদ্ধান্ত গ্ৰহণ।

কি ৰঙৰ হব ইউনিফৰ্ম?
ৰঙৰ বিষয় সন্দৰ্ভত বিশ্ববিদ্যালয়খনে গঠন কৰি দিয়া তিনিজনীয়া কমিটিখনে প্ৰকাশ কৰিব জুন মাহৰ ভিতৰত। ছাত্ৰ–ছাত্ৰী সকলে পহিলা আগষ্টৰ পৰা পৰিধান কৰিব লাগিব নতুন উইনিফৰ্ম।

 
আৰু চাওক পৰৱৰ্তী বাতৰি