গণেশগুৰিত দুঘণ্টাৰ ভিতৰতে সংগ্ৰহ ২ লাখ টকাৰ জৰিমনা, আইন ভংগকাৰীৰ বিৰুদ্ধে পৰিবহণ বিভাগৰ অভিযান

মহানগৰীৰ বিভিন্ন স্থানত আইন উলংঘা কৰা চালকৰ বিৰুদ্ধে পৰিবহণ বিভাগে চলাইছে অভিযান।

News18-Assam
Updated:September 25, 2019, 7:14 PM IST
গণেশগুৰিত দুঘণ্টাৰ ভিতৰতে সংগ্ৰহ ২ লাখ টকাৰ জৰিমনা, আইন ভংগকাৰীৰ বিৰুদ্ধে পৰিবহণ বিভাগৰ অভিযান
মহানগৰীৰ বিভিন্ন স্থানত আইন উলংঘা কৰা চালকৰ বিৰুদ্ধে পৰিবহণ বিভাগে চলাইছে অভিযান।
News18-Assam
Updated: September 25, 2019, 7:14 PM IST
অসমত কাৰ্যকৰী হৈছে নতুন যান–বাহন আইন। আইন কাৰ্যকৰী হোৱাৰ পিছৰে পৰা তৎপৰ হৈ পৰিছে পৰিবহণ বিভাগ। মহানগৰীৰ বিভিন্ন স্থানত আইন উলংঘা কৰা চালকৰ বিৰুদ্ধে পৰিবহণ বিভাগে চলাইছে অভিযান। আইন উলংঘা কৰা চালকক নতুন আইন অনুসৰি বিহা হৈছে জৰিমনা। মহানগৰীৰ গণেশগুৰি উৰণীয়া সেঁতুৰ তলত মাথোঁ দুঘণ্টাৰ ভিতৰতে পৰিবহণ বিভাগে সংগ্ৰহ কৰিলে ২ লাখ টকাৰ জৰিমনা। বাইক চালক, চিটী বাছ, স্কুল বাছকে ধৰি সকলো ধৰণৰ যান–বাহনৰ বিৰুদ্ধে অভিযান চলালে যান–বাহন আৰক্ষীয়ে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি