গঠন হ’ল অগপৰ ছাত্ৰ সংগঠন অসম ছাত্ৰ পৰিষদ, কটন বিশ্ববিদ্যালয়ৰ ত্ৰিনয়ন বৰুৱাক সভাপতিৰ দায়িত্ব

News18-Assam
Updated:November 21, 2019, 2:37 PM IST
গঠন হ’ল অগপৰ ছাত্ৰ সংগঠন অসম ছাত্ৰ পৰিষদ, কটন বিশ্ববিদ্যালয়ৰ ত্ৰিনয়ন বৰুৱাক সভাপতিৰ দায়িত্ব
ছাত্ৰ ৰাজনীতিৰে অগপক শক্তিশালী কৰাৰ উদ্দেশ্যৰে গঠন কৰা হৈছে অসম ছাত্ৰ পৰিষদ।

ছাত্ৰ ৰাজনীতিৰে অগপক শক্তিশালী কৰাৰ উদ্দেশ্যৰে গঠন কৰা হৈছে অসম ছাত্ৰ পৰিষদ।

  • Share this:
গঠন হ’ল অগপৰ ছাত্ৰ সংগঠন অসম ছাত্ৰ পৰিষদ। কটন বিশ্ববিদ্যালয়ৰ ত্ৰিনয়ন বৰুৱাক অসম ছাত্ৰ পৰিষদৰ সভাপতিৰ দায়িত্ব প্ৰদান। কলাক্ষেত্ৰত আয়োজন কৰা বিশেষ অনুষ্ঠানত শিক্ষাৰ্থীক শপত বাক্য পাঠ কৰোৱায় অগপৰ সভাপতি অতুল বৰাই। অসম গণ পৰিষদৰ প্ৰতীকেই হ’ব ছাত্ৰ সংগঠনটোৰ প্ৰতীক। সেইদৰে অগপৰ পতাকাই হ’ব ছাত্ৰ পৰিষদৰো পতাকা। ছাত্ৰ ৰাজনীতিৰে অগপক শক্তিশালী কৰাৰ উদ্দেশ্যৰে গঠন কৰা হৈছে অসম ছাত্ৰ পৰিষদ।
আৰু চাওক
পৰৱৰ্তী বাতৰি