কুসুম কৈলাশৰ কণ্ঠত ‘বুলবুল কেন ছিং’ৰ প্ৰম’চনেল গীত, শুনক গীতটো

কৈশোৰ প্ৰেম আৰু জীৱনৰ সন্ধিক্ষণৰ কাহিনী বুলবুল কেন ছিং।

News18-Assam
Updated:September 20, 2019, 4:47 PM IST
কুসুম কৈলাশৰ কণ্ঠত ‘বুলবুল কেন ছিং’ৰ প্ৰম’চনেল গীত, শুনক গীতটো
কৈশোৰ প্ৰেম আৰু জীৱনৰ সন্ধিক্ষণৰ কাহিনী বুলবুল কেন ছিং।
News18-Assam
Updated: September 20, 2019, 4:47 PM IST
আজি মুক্তি লাভ কৰিছে ৰীমা দাসৰ ৰজত কমল বঁটা বিজয়ী ছবি বুলবুল কেন ছিং। দেশ–বিদেশৰ ৪০খন ছবি মহোৎসৱত ১৪টাকৈ বঁটা জয় কৰা চিনেমাখনৰ শুভমুক্তিৰ দিনাই প্ৰম’চনেল গীত ৰিলিজ কৰা হৈছে। গীতটিত কণ্ঠদান কৰিছে নৱপ্ৰজন্মৰ জনপ্ৰিয় শিল্পী কুসুম কৈলাশে। গীতটি প্ৰস্তুত কৰাত সহযোগ কৰিছে উজ্বল আৰং, জগত মহিশ সহ ষ্টুডিঅ’ ফিউজনে। ছবিখনৰ অফিচিয়েল ছচিয়েল মিডিয়া একাউণ্টত শ্বেয়াৰ কৰা হৈছে গীতটি।

আহক শুনো গীতটি:

আৰু চাওক পৰৱৰ্তী বাতৰি