মুখ্যপৃষ্ঠা »খবৰ »অসম »লক্ষ্য ভোট বিভাজন! গঠন হোৱা ৰাজনৈতিক দল ‘অসম গণ মঞ্চ’ বিজেপিৰ বি টীমঃ শৃংখল চলিহা

লক্ষ্য ভোট বিভাজন! গঠন হোৱা ৰাজনৈতিক দল ‘অসম গণ মঞ্চ’ বিজেপিৰ বি টীমঃ শৃংখল চলিহা

গুৱাহাটীত উগ্ৰপন্থীয়ে কৰা আত্মসমৰ্পনৰ কাৰ্যসূচীক চৰকাৰৰ নাটক আখ্যা শৃংখল চলিহাৰ

গুৱাহাটীত উগ্ৰপন্থীয়ে কৰা আত্মসমৰ্পনৰ কাৰ্যসূচীক চৰকাৰৰ নাটক আখ্যা শৃংখল চলিহাৰ

গুৱাহাটীত উগ্ৰপন্থীয়ে কৰা আত্মসমৰ্পনৰ কাৰ্যসূচীক চৰকাৰৰ নাটক আখ্যা শৃংখল চলিহাৰ

  • Share this:
নাগৰিকত্ব সংশোধনী আইনৰ গইনা লৈ ৰাজ্যত গঠন হ’ল এক নতুন আঞ্চলিক ৰাজনৈতিক দল। নগাঁৱত গঠন হোৱা ‘অসম গণ মঞ্চ’ নমাৰ ৰাজনৈতিক দলটোক এইবাৰ বিজেপিৰ বি টীম আখ্যা দিছে শৃংখল চলিহাই।নাগৰিকত্ব সংশোধন আইন বিৰোধী ভোট বিভাজনৰ বাবেই বিজেপি দলে আৰম্ভ কৰিছে এই নিকৃষ্ট ৰাজনীতি। নগাঁৱত এখন সংবাদমেল সম্বোধন কৰি বিজেপিৰ বিৰুদ্ধে শৃংখল চলিহাৰ এই গুৰুতৰ অভিযোগ।

চলিহাই কংগ্ৰেছ দলকো তীব্ৰ সমালোচনা কৰি কয় যে, 'কংগ্ৰেছে কা বিৰোধী আন্দোলনৰ সুযোগ কেতিয়াাও ল'ব নোৱাৰে কাৰণ কংগ্ৰেছক অসমৰ ৰাইজে নস্যাৎ কৰিছে।’

চলিহাই লগতে উল্লেখ কৰে যে, ৰাজ্যত প্ৰতিবাদৰ গতি কিছু স্তিমিত হৈছে। অনাগত সময়ত অসমত আৰু শক্তিশালী প্ৰতিবাদ হ'ব। ইপিনে শেহতীয়াভাৱে গুৱাহাটীত উগ্ৰপন্থীয়ে কৰা আত্মসমৰ্পনৰ কাৰ্যসূচীক চৰকাৰৰ নাটক বুলিও দাবী কৰিলে শৃংখল চলিহাই।

শেহতীয়া বাতৰি