• Home
  • »
  • News
  • »
  • assam
  • »
  • New Covid SOP: এতিয়াৰ পৰা গৰ্ভৱতী মহিলা কৰ্মচাৰী কাৰ্যালয়লৈ যাব লাগিব, কণমানি সন্তানৰ মাতৃৰ বাবেও বিশেষ নিৰ্দেশনা

New Covid SOP: এতিয়াৰ পৰা গৰ্ভৱতী মহিলা কৰ্মচাৰী কাৰ্যালয়লৈ যাব লাগিব, কণমানি সন্তানৰ মাতৃৰ বাবেও বিশেষ নিৰ্দেশনা

কি কি আছে SOPত?

কি কি আছে SOPত?

কি কি আছে SOPত?

  • Share this:
ৰাজ্যত লাহে লাহে উন্নত হৈছে কোভিড পৰিস্থিতি। যদিও প্ৰতিদিনে প্ৰায় ১০০ লোক কোৰোণাত আক্ৰান্ত হৈ আছে, তথাপিও ৰাজ্য চৰকাৰে শিথিল কৰিছে বিভিন্ন কোভিড বিধি। শেহতীয়াকৈ ৰাজ্য চৰকাৰে জাৰি কৰিছে নতুন SOP। নতুন SOP অনুসৰি এতিয়াৰ পৰা গৰ্ভৱতী মহিলা কৰ্মচাৰী কাৰ্যালয়লৈ যোৱাটো বাধ্যতামূলক।

কি কি আছে SOPত?

  • গৰ্ভৱতী মহিলা কৰ্মচাৰী কাৰ্যালয়লৈ যাব লাগিব। পূৰ্বে ঘৰৰ পৰা কাম কৰিব পৰা নিয়ম উঠাই দিয়া হৈছে।

  • তিনি বছৰৰ তলৰ শিশু থকা মাতৃও যাব লাগিব কাৰ্যালয়লৈ।

  • অনুমতি সাপেক্ষে ছুটীত থকাসকলৰ বাহিৰে সকলো মহিলা কাৰ্যালয়ত উপস্থিতি বাধ্যতামূলক।

Published by:Himangshu Bhuyan
First published: