মুখ্যপৃষ্ঠা » খবৰ

» অসম

»New Covid SOP: সম্পূৰ্ণ কণ্টেইনমেণ্টত থকা ৭ খন জিলাত ১২ বজাৰ পৰা কাৰ্ফিউ হোৱাৰ সম্ভাৱনা, পিছে গুৱাহাটীত কি হ'ব?

New Covid SOP: সম্পূৰ্ণ কণ্টেইনমেণ্টত থকা ৭ খন জিলাত ১২ বজাৰ পৰা কাৰ্ফিউ হোৱাৰ সম্ভাৱনা, পিছে গুৱাহাটীত কি হ'ব?

News18 Assam | News18-Assam
Updated:July 17, 2021, 7:47 PM IST
New Covid SOP: সম্পূৰ্ণ কণ্টেইনমেণ্টত থকা ৭ খন জিলাত ১২ বজাৰ পৰা কাৰ্ফিউ হোৱাৰ সম্ভাৱনা, পিছে গুৱাহাটীত কি হ'ব?
সোমবাৰৰ পৰা নতুন SOP

সোমবাৰৰ পৰা নতুন SOP

  • Share this:
ৰাজ্যত অব্যাহত আছে কোৰোণাৰ সংক্ৰমণ। কোৰোণাৰ সংক্ৰমণ হ্ৰাস কৰিবলৈ বৰ্তমান ৰাজ্যৰ ৭ খন জিলা সম্পূৰ্ণ কণ্টেইনমেণ্ট জ'ন হিচাপে আছে। সেইদৰে আন আন জিলাতো বিশেষ সতৰ্কতা অৱলম্বন কৰা হৈছে। তাৰ মাজতে কাইলৈ ৰাজ্যত নতুন SOP জাৰি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

জাৰি কৰিবলগীয়া  SOP অনুসৰি,


  • গুৱাহাটীৰ ব্যৱস্থা অপৰিৱৰ্তিত থকাৰ সম্ভাৱনা।

  • সম্পূৰ্ণ কণ্টেইনমেণ্টত থকা ৭ জিলাত দুপৰীয়া ১২ বজাৰ পৰা কাৰ্ফিউ হোৱাৰ সম্ভাৱনা।

  • সেইদৰে আন কিছু জিলাত হ্ৰাস হ’ব কাৰ্ফিউৰ সময়৷

  • বন্ধ থাকিব আন্তঃজিলা যাতায়াত ৷


Published by: Himangshu Bhuyan
First published: July 17, 2021, 7:40 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি