• Home
  • »
  • News
  • »
  • assam
  • »
  • কাইলৈ শপত ল’ব বিটিচিৰ মুখ্য কাৰ্যবাহী, উপ মুখ্য কাৰ্যবাহী সদস্যই, বিপিএফক প্ৰত্যাহ্বান হিমন্ত বিশ্ব শৰ্মাৰ

কাইলৈ শপত ল’ব বিটিচিৰ মুখ্য কাৰ্যবাহী, উপ মুখ্য কাৰ্যবাহী সদস্যই, বিপিএফক প্ৰত্যাহ্বান হিমন্ত বিশ্ব শৰ্মাৰ

কাইলৈ অৰ্থাত্‍ ১৫ ডিচেম্বৰত শপত ল’ব বিটিচিৰ নৱ নিৰ্বাচিত পাঁচ পৰিষদে

কাইলৈ অৰ্থাত্‍ ১৫ ডিচেম্বৰত শপত ল’ব বিটিচিৰ নৱ নিৰ্বাচিত পাঁচ পৰিষদে

কাইলৈ অৰ্থাত্‍ ১৫ ডিচেম্বৰত শপত ল’ব বিটিচিৰ নৱ নিৰ্বাচিত পাঁচ পৰিষদে

  • Share this:
কাইলৈ অৰ্থাত্‍ ১৫ ডিচেম্বৰত শপত ল’ব বিটিচিৰ নৱ নিৰ্বাচিত পাঁচ পৰিষদে।  মুখ্য কাৰ্যবাহী আৰু উপ মুখ্য কাৰ্যবাহীয়েও কাইলৈৰ দিনটোতে ল’ব শপত। এই কথা সোমবাৰে সংবাদমেল  সম্বোধন কৰি জানিবলৈ দিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্য কাৰ্যবাহী আৰু উপ মুখ্য কাৰ্যবাহী হ’ব UPPL দলৰ পৰাই। বিজেপিয়ে লোৱা নাই এই দুই পদবী।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা মতে,  কাইলৈ UPPLৰ দুজন, বিজেপিৰ ২জন আৰু GSPৰ এজনে ল'ব শপত। ইফালে সৰ্ববৃহত্‍ দল হোৱাৰ পিছতো বিপিএফ দলক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ নজনোৱাৰ পিছত দলটোৰ ফালৰ পৰা আইনৰ কাষ চপা বুলি কোৱাৰ পিছত এতিয়া বিষয়টোত প্ৰত্যুত্তৰ দিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰী শৰ্মাই কয় যে, ‘
‘তেওঁলোকৰো অধিবক্তা থাকিব আমাৰো থাকিব। আদালতলৈ স্বাগতম বিপিএফক।’
Published by:Himangshu Bhuyan
First published: