মুখ্যপৃষ্ঠা »খবৰ »অসম »পঞ্চভূতত বিলীন হ’ল প্ৰখ্যাত চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ নশ্বৰদেহ

পঞ্চভূতত বিলীন হ’ল প্ৰখ্যাত চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ নশ্বৰদেহ

শুকুৰবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছিল নীলপৱন বৰুৱাই।

শুকুৰবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছিল নীলপৱন বৰুৱাই।

শুকুৰবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছিল নীলপৱন বৰুৱাই।

  • Share this:
পঞ্চভূতত বিলীন হ’ল চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ নশ্বৰদেহ। নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয় চিত্ৰশিল্পীগৰাকীৰ শেষকৃত্য। অগণন গুণমুগ্ধৰ উপস্থিতিত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় চিত্ৰশিল্পীগৰাকীক।

শুকুৰবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছিল নীলপৱন বৰুৱাই। দীৰ্ঘদিন ধৰি জিএমচিএইচত চিকিৎসাধীন হৈ আছিল বৰুৱা। শুকুৰবাৰে বিয়লি ৩.১৫ বজাত ইহ সংসাৰ ত্যাগ কৰে চিত্ৰশিল্পীগৰাকীয়ে।

শেহতীয়া বাতৰি