• Home
  • »
  • News
  • »
  • assam
  • »
  • Accident: নাজিৰাত অচিনাক্ত বাহনৰ খুন্দাত মৃত্যু মৰিগাঁৱৰ যুৱকৰ

Accident: নাজিৰাত অচিনাক্ত বাহনৰ খুন্দাত মৃত্যু মৰিগাঁৱৰ যুৱকৰ

দুৰ্ঘটনাগ্ৰস্ত যুৱকজনক আৰক্ষীৰ সহযোগত চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

দুৰ্ঘটনাগ্ৰস্ত যুৱকজনক আৰক্ষীৰ সহযোগত চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

দুৰ্ঘটনাগ্ৰস্ত যুৱকজনক আৰক্ষীৰ সহযোগত চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

  • Share this:
নাজিৰা মহকুমাৰ অন্তৰ্গত গেলেকীত আজি সংঘটিত এক পথ দুৰ্ঘটনা (Accident)ত জিন্নাতুলা আলী নামৰ এজন যুৱকৰ মৃত্যু ঘটে। এখন অচিনাক্ত বাহনৰ খুন্দাত যুৱকজনৰ মৃত্যু হয়।  নিহত যুককজন মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ বুলি জানিব পৰা গৈছে।

ঘটনাৰ বিৱৰণী অনুসৰি আজি গেলেকী ন-আলিস্থিত পেট্ৰ'ল ডিপোৰ সম্মুখত যুৱকজন অচেতন অৱস্থাত পৰি থকা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে। ইয়াৰ পিছত তেওঁক আৰক্ষীৰ সহযোগত চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। জানিব পৰা মতে গেলেকী সীমান্তৱৰ্তী এলেকাত ফুৰিবলৈ অহিছিল যুৱকজনে৷
Published by:Manjumoni Borah
First published: