• Home
  • »
  • News
  • »
  • assam
  • »
  • Ajit Doval in Guwahati : হঠাতে সপৰিয়ালে গুৱাহাটীত উপস্থিত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভাল

Ajit Doval in Guwahati : হঠাতে সপৰিয়ালে গুৱাহাটীত উপস্থিত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভাল

নিৰাপত্তাজনিত কাৰণত জানিবলৈ দিয়া হোৱা নাই ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাগৰাকীৰ কাৰ্যসূচী।

নিৰাপত্তাজনিত কাৰণত জানিবলৈ দিয়া হোৱা নাই ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাগৰাকীৰ কাৰ্যসূচী।

নিৰাপত্তাজনিত কাৰণত জানিবলৈ দিয়া হোৱা নাই ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাগৰাকীৰ কাৰ্যসূচী।

  • Share this:
গুৱাহাটীত উপস্থিত অজিত দোভাল। ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভাল।

বিশেষ কাৰ্যসূচী হাতত লৈ বৰঝাৰ বিমানবন্দৰত উপস্থিত হয় ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাগৰাকী। বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে অজিত দোভালৰ সৈতে আছিল পত্নীও ।

সপৰিয়ালে গুৱাহাটীত উপস্থিত নিৰাপত্তা উপদেষ্টাগৰাকীক (National security adviser Ajit Doval) বিমানবন্দৰতে আদৰণি জনাই আৰক্ষী আয়ুক্ত ভাস্কৰজ্যোতি মহন্তসহ আৰক্ষীৰ উচ্চ পদস্থ বিষয়াই। বিমানবন্দৰৰ পৰা কটকটীয়া নিৰাপত্তাৰে লৈ যোৱা হয় অজয় দোভালক।

নিৰাপত্তাজনিত কাৰণত জানিবলৈ দিয়া হোৱা নাই ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাগৰাকীৰ কাৰ্যসূচী। উল্লেখ্য, দোভালে অলপতে আকস্মিকভাৱে পশ্চিমবংগত উপস্থিত হৈ সপৰিয়ালে দাৰ্জিলিং ভ্ৰমণ কৰিছিল।
Published by:Gautam Barman
First published: