ৰুগীয়া মাতৃৰ ঔষধ আনিবলৈ গৈ ঘূৰি নাহিল নাৰায়ণপুৰৰ দুই ভাতৃ দেৱজিৎ–কৌশিক
News18-Assam Updated:November 1, 2019, 5:49 PM IST

ভাতৃদ্বয়ে লৈ যোৱা ছুইফট ডিজায়াৰ বাহন খন নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰি পথৰ দাঁতিৰ দ খাৱৈত পৰি যায়।
ভাতৃদ্বয়ে লৈ যোৱা ছুইফট ডিজায়াৰ বাহন খন নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰি পথৰ দাঁতিৰ দ খাৱৈত পৰি যায়।
- News18 Assam
- Last Updated: November 1, 2019, 5:49 PM IST
দুয়োৰে ঘৰ নাৰায়ণপুৰৰ বৰপথাৰত বুলি জানিব পৰা গৈছে। পুৱা SDRFৰ দলে খাৱৈৰ পৰা উদ্ধাৰ কৰে দুয়োৰে মৃতদেহ। দুই ভাতৃৰ লগত যোৱা অন্য এজন যুৱক ঘটনাত আহত হয়। দুৰ্ঘটনাৰ পিছতে লগে লগে গাড়ীৰ পৰা বাহিৰলৈ ওলাই আহে ভাতৃদ্বয়ৰ লগত যোৱা যুৱকজন। পিছত যুৱকজনে চিঞৰ-বাখৰ কৰাত ঘটনাস্থলীৰ কাষ চাপে স্থানীয় ৰাইজ।