• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰুগীয়া মাতৃৰ ঔষধ আনিবলৈ গৈ ঘূৰি নাহিল নাৰায়ণপুৰৰ দুই ভাতৃ দেৱজিৎ–কৌশিক

ৰুগীয়া মাতৃৰ ঔষধ আনিবলৈ গৈ ঘূৰি নাহিল নাৰায়ণপুৰৰ দুই ভাতৃ দেৱজিৎ–কৌশিক

ভাতৃদ্বয়ে লৈ যোৱা ছুইফট ডিজায়াৰ বাহন খন নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰি পথৰ দাঁতিৰ দ খাৱৈত পৰি যায়।

  • Share this:
    লখিমপুৰত সংঘটিত হৈছে শোকাৱহ পথ দূৰ্ঘটনা। ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হস্পাতালত চিকিৎসাধীন হৈ থকা মাতৃৰ ঔষধ আনিবলৈ গৈছিল দুই ভাতৃ কৌশিক আৰু দেৱজিৎ। কিন্তু পথত যেন দুই ভাতৃৰ বাবে ৰৈ আছিল নিয়তী। ভাতৃদ্বয়ে লৈ যোৱা ছুইফট ডিজায়াৰ বাহন খন নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰি পথৰ দাঁতিৰ দ খাৱৈত পৰি যায়। ঘটনাত থিতাতে নিহত হয় দুই ভাতৃ কৌশিক আৰু দেৱজিৎ।

    দুয়োৰে ঘৰ নাৰায়ণপুৰৰ বৰপথাৰত বুলি জানিব পৰা গৈছে। পুৱা SDRFৰ দলে খাৱৈৰ পৰা উদ্ধাৰ কৰে দুয়োৰে মৃতদেহ। দুই ভাতৃৰ লগত যোৱা অন্য এজন যুৱক ঘটনাত আহত হয়। দুৰ্ঘটনাৰ পিছতে লগে লগে গাড়ীৰ পৰা বাহিৰলৈ ওলাই আহে ভাতৃদ্বয়ৰ লগত যোৱা যুৱকজন। পিছত যুৱকজনে চিঞৰ-বাখৰ কৰাত ঘটনাস্থলীৰ কাষ চাপে স্থানীয় ৰাইজ।

    First published: