অসমত মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে অতি শীঘ্ৰে ৩৪খন বিদ্যালয় বন্ধ কৰা হ’ব। বন্ধ হ'বলগীয়া বিদ্যালয়ৰ তালিকাত থকা বিদ্যালয়সমূহ হৈছে–
কাছাৰ জিলাৰ খুৰছেদ আলী– সুখদেৱ নাথ হাইস্কুল, লক্ষীপুৰ গাৰ্লছ হাইস্কুল, নেহৰু গাৰ্লছ হাইস্কুল, ফুলবাৰী পাব্লিক হাইস্কুল আৰু এছ এন ডি এম হাইস্কুল।
চিৰাং জিলাৰ বৰপথাৰ হাইস্কুল.
দৰং জিলাৰ পদ্মাপুখুৰী হাইস্কুল।
ধুবুৰী জিলাৰ মোহনলাল ছোভাছৰিয়া হিন্দী একাডেমী হাইস্কুল আৰু সাপটগ্ৰাম হাইমাদ্ৰাছা।
ডিব্ৰুগড়ৰ ছাত্ৰী কল্যাণ গাৰ্লছ হাইস্কুল।
গোৱালপাৰাৰ ৰংজুলি গাৰ্লছ হাইস্কুল আৰু থৰ্কা হাইস্কুল।
গোলাঘাট জিলাৰ মিছামৰা আদৰ্শ হাইস্কুল।
হাইলাকান্দি জিলাৰ স্বামী বিবেকনন্দ হাইস্কুল।
যোৰহাট জিলাৰ আমগুৰিখাট হাইস্কুল, বালিগাঁও গীতাৰ্থী ভেকেচনেল হাইস্কুল, বিদ্যাধৰ শৰ্মা মেম’ৰিয়েল হাইস্কুল,কুঁৱৰীপুখুৰী হাইস্কুল আৰু ন কছাৰী গাৰ্লছ হাইস্কুল।
কামৰূপ জিলাৰ গোহালকোণা হাইস্কুল।
কাৰ্বি আংলং জিলাৰ দেওপানী হাইস্কুল, ডিফু নাইট স্কুল, হাওৰাঘাট তিনিআলি আঞ্চলিক বড়ো মিডিয়াম হাইস্কুল, ইংলংকিৰি হাইস্কুল, জয়পং আদৰ্শ হাইস্কুল, অকে কৰেং হাইস্কুল আৰু টেকেলাংজুং হাইস্কুল।
কোকৰাঝাৰ জিলাৰ শাস্ত্ৰী বিদ্যাপীঠ হাইস্কুল।
লখিমপুৰ জিলাৰ আজাদ আদৰ্শ বিদ্যাপীঠ আৰু শান্তিজ্যোতি হাইস্কুল।
নগাঁও জিলাৰ আমনি তিনিআলি মাধৱদেৱ হাইস্কুল আৰু ড০ বি কে বি হাইস্কুল।
নলবাৰী জিলাৰ বৰকুৰিহা বিদ্যামন্দিৰ হাইস্কুল।
পশ্চিম কাৰ্বি আংলং জিলাৰ মেনমেজি হাইস্কুল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|