
নলবাৰীত অস্থায়ীভাৱে বন্ধ হৈ পৰিছে ৰে'লসেৱা। বৰষুণ আৰু বানৰ পৰিপ্ৰেক্ষিতত খহিছে ঘগ্ৰাপাৰ আৰু নলবাৰীৰ মাজৰ ৰেলপথৰ একাংশ।
নলবাৰীত অস্থায়ীভাৱে বন্ধ হৈ পৰিছে ৰে'লসেৱা। বৰষুণ আৰু বানৰ পৰিপ্ৰেক্ষিতত খহিছে ঘগ্ৰাপাৰ আৰু নলবাৰীৰ মাজৰ ৰেলপথৰ একাংশ।
নলবাৰীত অস্থায়ীভাৱে বন্ধ হৈ পৰিছে ৰে'লসেৱা। বৰষুণ আৰু বানৰ পৰিপ্ৰেক্ষিতত খহিছে ঘগ্ৰাপাৰ আৰু নলবাৰীৰ মাজৰ ৰেলপথৰ একাংশ। যাৰ বাবে অস্থায়ীভাৱে বন্ধ হৈ পৰিছে ৰেলসেৱা।
ইতিমধ্যে এই ৰেলপথৰ খহি যোৱা অংশৰ মেৰামতিৰ কাম চলি আছে। মেৰামতিৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত ৰেলসেৱা পুনৰ আৰম্ভ হ'ব বুলি আশা কৰা হৈছে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|