মুখ্যপৃষ্ঠা »খবৰ »অসম »নলবাৰীত প্ৰতিবাদত বহিল বিশ্ববিদ্যালয়ৰ শিক্ষক ! নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ত প্ৰতিবাদ মুখৰ হৈ পৰিল বিশ্ববিদ্যালয়ৰ শিক্ষক সমাজ ...

নলবাৰীত প্ৰতিবাদত বহিল বিশ্ববিদ্যালয়ৰ শিক্ষক ! নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ত প্ৰতিবাদ মুখৰ হৈ পৰিল বিশ্ববিদ্যালয়ৰ শিক্ষক সমাজ ...

নলবাৰীত প্ৰতিবাদত বহিল বিশ্ববিদ্যালয়ৰ শিক্ষক। নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ত প্ৰতিবাদ মুখৰ হৈ পৰিল বিশ্ববিদ্যালয়ৰ শিক্ষক সমাজ।

  • Share this:
নলবাৰীত প্ৰতিবাদত বহিল বিশ্ববিদ্যালয়ৰ শিক্ষক। নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ত প্ৰতিবাদ মুখৰ হৈ পৰিল বিশ্ববিদ্যালয়ৰ শিক্ষক সমাজ। বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দুৰ্ব্যৱহাৰ আৰু শিক্ষক তথা ছাত্ৰ ছাত্ৰীৰ সমস্যা সমাধানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিলে শিক্ষক সন্থাই।

নলবাৰীৰ কুমাৰ ভাস্কৰ  বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ত  প্ৰতিবাদত বহিল শিক্ষক সমাজ। উপাচাৰ্য প্ৰহ্লাদ আৰ যোশীয়ে শিক্ষকক অপদস্থ কৰাৰ প্ৰতিবাদ আৰু পানীৰ সমস্যাকে ধৰি অন্যান্য সমস্যা সমাধান আৰু দৰমহাৰ বৈষম্য দূৰ কৰাৰ দাবীত এইদৰে প্ৰতিবাদ মুখৰ হ'ল বিশ্ববিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী । বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰহ্লাদ আৰ যোশীয়ে শিক্ষকৰ ওপৰত চাৰ্জিকেল ষ্ট্ৰাইক চলোৱা ধমকি দিয়াৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰী শিক্ষকে। বিদ্যালয়ৰ সমস্যাৰ কথা কলেই খৰ্গহস্ত হৈ পৰে উপাচাৰ্য প্ৰহ্লাদ আৰ যোশী । উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা বিশ্ববিদ্যালয় খনত খোৱা পানীৰ অভাৱৰ লগতে প্ৰস্ৰাৱগাৰ, শৌচাগাৰত পানীৰ সমস্যাই দেখা দি আহিছে । পানীৰ অভাৱত ভয়ানক  সমস্যাত পৰিছে শিক্ষক ছাত্ৰ । একেদৰে শিক্ষকৰ দৰমহাৰ বিসঙ্গতি দূৰ কৰাৰো দাবী উত্থাপন কৰে প্ৰতিবাদকাৰী শিক্ষকে। আনহাতে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যগৰাকীয়ে  উক্ত বিষয়টো সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰে।

শেহতীয়া বাতৰি