মুখ্যপৃষ্ঠা »খবৰ »অসম »নলবাৰীৰ ৰাজপথত Burning Bus ! হঠাতে দপদপকৈ জ্বলি উঠিল 'গণপতি' নামৰ যাত্ৰীবাহী বাছখন ...

নলবাৰীৰ ৰাজপথত Burning Bus ! হঠাতে দপদপকৈ জ্বলি উঠিল 'গণপতি' নামৰ যাত্ৰীবাহী বাছখন ...

নলবাৰীৰ ৰাজপথত Burning Bus । দপদপকৈ জ্বলি ভস্মীভূত হল 'গণপতি' নামৰ যাত্ৰীবাহী বাছখন । কথমপি প্ৰাণ ৰক্ষা পৰিল ৩০ গৰাকী যাত্ৰীৰ। গুৱাহাটীৰ খানাপাৰাৰ পৰা বৰপেটা অভিমুখে আহি আছিল বাছখন।

  • Share this:

নলবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত যাত্ৰীবাহী বাছত অগ্নিকাণ্ড । গুৱাহাটীৰ খানাপাৰাৰ পৰা বৰপেটা অভিমুখে আহি থকা  AS 28-C-3867 নম্বৰৰ  'গণপতি' নামৰ বাছখনত হঠাতে অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। যাৰ ফলত দপদপকৈ জ্বলি উঠিল বাছখন । যাত্ৰীভৰ্তি বাছখনে ভূঞাৰকুছিত ৰোৱাৰ পিছত জ্বলি উঠে। জুই ইমানেই ভয়াৱহ আছিল যে নিমিষতে জ্বলি চাৰখাৰ হয় বাছ খন । উল্লেখযোগ্য চৰ্ট চাৰ্কিটৰ ফলত এই  কাণ্ড হোৱা বুলি গাড়ী চালকে জানিবলৈ দিছে । ইপিনে যাত্ৰীয়ে জনোৱা মতে ৰঙিয়া পাওতেই গাড়ীখনৰ যান্ত্ৰিক বিজুটি ঘটিছিল।

আনহাতে বাছখনত থকা প্ৰায় ৩০ গৰাকী লোকে কোনেমতে প্ৰাণ ৰক্ষা কৰে ।  বাছখনত থকা যাত্ৰী সকলৰ বয় বস্তু জ্বলি ছাৰ খাৰ হয়। ঘটনাস্থলীত নলবাৰীৰ অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে।

শেহতীয়া বাতৰি