মুখ্যপৃষ্ঠা »খবৰ »অসম »নলবাৰী চহৰস্থিত নন্দেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত সংবাদমেল, বৰনৰ্দ্দীত ৭ দিনীয়াকৈ শ্ৰী শ্ৰী মহা বিষ্ণু যজ্ঞৰ আয়োজন ...

নলবাৰী চহৰস্থিত নন্দেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত সংবাদমেল, বৰনৰ্দ্দীত ৭ দিনীয়াকৈ শ্ৰী শ্ৰী মহা বিষ্ণু যজ্ঞৰ আয়োজন ...

নলবাৰী চহৰস্থিত নন্দেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত সংবাদমেল ।বৰনৰ্দ্দীত ৭ দিনীয়াকৈ শ্ৰী শ্ৰী মহা বিষ্ণু যজ্ঞৰ আয়োজন ৷

  • Share this:
অসমৰ প্ৰাচীনতম ৰাজহুৱা শ্ৰী শ্ৰী মহা বিষ্ণু যজ্ঞ বৰনৰ্দ্দীত শতবাৰ্ষিকী যজ্ঞ মহোৎসৱ উদযাপন সমিতিৰ সংবাদমেল । এপ্ৰিল মাহৰ ৫ তাৰিখৰ পৰা আৰম্ভ শতবাৰ্ষিকী মহোৎসৱ ।

ইফালে উদ্ধোধনী সভাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা , মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী , মন্ত্ৰী ৰঞ্জিত দাস , ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মাৰ লগতে নিদিষ্ট বক্তা হিচাপে অধ্যাপক শিখৰ কুমাৰ শৰ্মা উপস্থিত থাকিব । ইফালে ৬ এপ্ৰিলত বিশাল ধৰ্মীয় শোভাযাত্ৰাৰে জল আহৰণ অনুষ্ঠিত হব । ৫০ হাজাৰ আহুতিৰে বিশাল যজ্ঞৰ আয়োজন কৰিছে বৰনৰ্দ্দীত । উক্ত শতবৰ্ষ অনুষ্ঠানত অসমৰ কেইবাগৰাকীও জনপ্ৰিয় শিল্পীৰ সংগীতানুষ্ঠান । আনহাতে এই সংবাদমেলতে উক্ত মহোৎসৱৰ এটা শীৰ্ষ গীত মুকলি কৰা হয়। উক্ত আটাইকেইটা  দিনতে সমূহ ৰাইজৰ সহায় সহযোগ কামনা কৰিছে উদ্যোক্তা সমিতিয়ে । আনহাতে কেইবা লক্ষাধিক টকাৰে ব্যয়বহুলভাৱে আয়োজন কৰিছে মহা  বিষ্ণু যজ্ঞৰ ।

শেহতীয়া বাতৰি