বিতৰ্কৰ পিছত শুদ্ধকৈ ৰাভা সংগীত গোৱাৰ চেষ্টা কণ্ঠশিল্পী নেকিবৰ!

নিজৰ ফেচবুক পেজত শ্বেয়াৰ কৰিলে গীতটি।

News18-Assam
Updated:July 1, 2019, 2:30 PM IST
বিতৰ্কৰ পিছত শুদ্ধকৈ ৰাভা সংগীত গোৱাৰ চেষ্টা কণ্ঠশিল্পী নেকিবৰ!
নিজৰ ফেচবুক পেজত শ্বেয়াৰ কৰিলে গীতটি।
News18-Assam
Updated: July 1, 2019, 2:30 PM IST
ভুলকৈ ৰাভা সংগীত পৰিবেশন কৰি বিতৰ্কৰ মাজত সোমাই পৰা কণ্ঠশিল্পী নেকিবে অসমবাসীৰ ওচৰত নিজৰ ভূলৰ ক্ষমা বিচাৰি শুদ্ধকৈ ৰাভা সংগীত গোৱাৰ চেষ্টা কৰিলে। পিছত নিজৰ ফেচবুক পেজত শ্বেয়াৰ কৰিলে গীতটো।

গীতটি ৰঞ্জন কুমাৰ ভট্টাচাৰ্য্যৰ পৰিচালনাত আৰু দীপকেশ বৰগোঁহাইৰ সংগীত ব্যৱস্থাপনাৰে গাবলৈ চেষ্টা কৰে নেকিবে।সেইদৰে ফেচবুকৰ জৰিয়তে গীতটি সকলোৱে আদৰি ল’ব বুলি আশা প্ৰকাশ কৰে ৰাজ্যৰ উদীয়মান কণ্ঠশিল্পীগৰাকীয়ে।

আৰু চাওক পৰৱৰ্তী বাতৰি