নগাঁৱৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধিলৈ অনুসন্ধান পাৰদৰ্শিতা বঁটা

এই বঁটা লাভ কৰা অসমৰ প্ৰথমগৰাকী IPS বিষয়া ৰায়মেধি।

News18-Assam
Updated:August 13, 2019, 8:06 AM IST
নগাঁৱৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধিলৈ অনুসন্ধান পাৰদৰ্শিতা বঁটা
এই বঁটা লাভ কৰা অসমৰ প্ৰথমগৰাকী IPS বিষয়া ৰায়মেধি।
News18-Assam
Updated: August 13, 2019, 8:06 AM IST
নগাঁৱৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধিলৈ স্বীকৃতি। কেন্দ্ৰীয় গৃহ বিভাগে আৰক্ষী বিষয়াগৰাকীলৈ আগবঢ়াইছে অনুসন্ধান পাৰদৰ্শিতা বঁটা। বটদ্ৰৱা কাণ্ডৰ ক্ষীপ্ৰ আৰু সঠিক তদন্তৰ বাবে ৰায়মেধিলৈ আগবঢ়োৱা হৈছে এই স্বীকৃতি। দেশৰ মুঠ ৯৬গৰাকী আৰক্ষী বিষয়াই লাভ কৰিছে বঁটা।
আৰু চাওক পৰৱৰ্তী বাতৰি