মুখ্যপৃষ্ঠা »খবৰ »অসম »মৃদুপৱন নেওগৰ সন্ধানত শিৱসাগৰত নগাঁও আৰক্ষীৰ অভিযান, দুই যুৱকক আটক

মৃদুপৱন নেওগৰ সন্ধানত শিৱসাগৰত নগাঁও আৰক্ষীৰ অভিযান, দুই যুৱকক আটক

নগাঁও আৰক্ষীয়ে আটক কৰিলে ৰক্তিম গগৈ আৰু অভিজিৎ গগৈ নামৰ দুই যুৱকক।

নগাঁও আৰক্ষীয়ে আটক কৰিলে ৰক্তিম গগৈ আৰু অভিজিৎ গগৈ নামৰ দুই যুৱকক।

নগাঁও আৰক্ষীয়ে আটক কৰিলে ৰক্তিম গগৈ আৰু অভিজিৎ গগৈ নামৰ দুই যুৱকক।

  • Share this:
মৃদুপৱন নেওগৰ সন্ধানত শিৱসাগৰত নগাঁও আৰক্ষীৰ অভিযান। শিৱসাগৰৰ আমগুৰিত নগাঁও আৰক্ষীৰ অভিযান। নগাঁও আৰক্ষীয়ে আটক কৰিলে ৰক্তিম গগৈ আৰু অভিজিৎ গগৈ নামৰ দুই যুৱকক। মৃদুপৱনক আশ্ৰয় দিয়াৰ সন্দেহত আটক দুয়োকে। বৰ্তমান নগাঁও সদৰ আৰক্ষী থানাত জেৰা চলোৱা হৈছে দুয়োকে।

শেহতীয়া বাতৰি