• Home
  • »
  • News
  • »
  • assam
  • »
  • Highway: মুখ্যমন্ত্ৰীৰ Sudden Visitৰ ভয়, দিনে-নিশাই চলিছে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম...

Highway: মুখ্যমন্ত্ৰীৰ Sudden Visitৰ ভয়, দিনে-নিশাই চলিছে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম...

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই (Assam CM Himanta Biswa Sarma) চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ(NH) নিৰ্মানৰ কাম পৰিদৰ্শন কৰিবলৈ আহিব বুলি চলা এক খবৰৰ পিছতে সাৰ পাইছে পথ নিৰ্মানকাৰী সংস্থাই। নগাঁৱৰ উৰিয়াগাঁও বাইপাছৰ পৰা চামগুৰিৰ ৰঙাগড়া সংযোগী চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰায় ৬০শতাংশ কামেই এতিয়া সম্পূৰ্ণ হোৱাৰ পথত।

  • Share this:
কেইদিনমানৰ আগলৈকে ব্যাপক মইমতালিৰে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মানৰ কাৰ্যৰে ৰাইজক হাৰাশাস্তি প্ৰদান কৰা নিৰ্মানকাৰী সংস্থাই হঠাৎ ৰূপ সলাইছে। পূৰ্বৰ লেহেমীয়া গতিৰ পৰিৱৰ্তে এতিয়া দ্ৰুতগতিত চলিছে চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই (Assam CM Himanta Biswa Sarma) চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ(NH) নিৰ্মানৰ কাম পৰিদৰ্শন কৰিবলৈ আহিব বুলি চলা এক খবৰৰ পিছতে সাৰ পাইছে পথ নিৰ্মানকাৰী সংস্থাই। সেয়ে এতিয়া দিনে-নিশাই চলিছে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মানৰ কাম। দীৰ্ঘদিনৰ অসম্পূৰ্ণ হৈ থকা নগাঁৱৰ উৰিয়াগাঁও বাইপাছৰ পৰা চামগুৰিৰ ৰঙাগড়া সংযোগী চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰায় ৬০শতাংশ কামেই এতিয়া সম্পূৰ্ণ হোৱাৰ পথত। ইতিমধ্যে উৰিয়াগাঁৱৰ পৰা পুৰণিগুদামলৈকে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাই পথৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। মুখ্যমন্ত্ৰীৰ ছাডেন ভিজিটৰ ভয়তে এতিয়া পথ নিৰ্মানকাৰী সংস্থাই ৰাতিক দিন কৰি কাম কৰাত ব্যস্ত হৈ পৰা দেখা গৈছে।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি