• Home
  • »
  • News
  • »
  • assam
  • »
  • নগাঁৱত ডিঙি ৰেপি মহিলাক নৃশংসভাৱে হত্যা, আৰক্ষীৰ জালত হত্যাকাৰী সুব্ৰত

নগাঁৱত ডিঙি ৰেপি মহিলাক নৃশংসভাৱে হত্যা, আৰক্ষীৰ জালত হত্যাকাৰী সুব্ৰত

দেওবাৰে সন্ধিয়া নগাঁও চহৰৰ মাজমজিয়াৰ হৰিজন কলনীত সংঘটিত হৈছিল এই নৃশংস হত্যাকাণ্ড।

দেওবাৰে সন্ধিয়া নগাঁও চহৰৰ মাজমজিয়াৰ হৰিজন কলনীত সংঘটিত হৈছিল এই নৃশংস হত্যাকাণ্ড।

দেওবাৰে সন্ধিয়া নগাঁও চহৰৰ মাজমজিয়াৰ হৰিজন কলনীত সংঘটিত হৈছিল এই নৃশংস হত্যাকাণ্ড।

  • Share this:
আৰক্ষীৰ জালত নগাঁৱৰ ৰুমী দত্তৰ হত্যাকাৰী। সদৰ OC মনোজ ৰাজবংশীয়ে নিশা আটক কৰে সুব্ৰত মজুমদাৰক। মহিলাগৰাকীৰ স্বামীৰ ‘ৰাজ মেডিকেল’ৰ কৰ্মচাৰী আছিল সুব্ৰত। চাকৰিৰ পৰা খেদা খোৱাৰ প্ৰতিশোধ ল'লে সুব্ৰত মজুমদাৰে।

উল্লেখযোগ্য যে দেওবাৰে সন্ধিয়া নগাঁও চহৰৰ মাজমজিয়াৰ হৰিজন কলনীত সংঘটিত হৈছিল এই নৃশংস হত্যাকাণ্ড। ঘৰত কোনো পুৰুষ মানুহ নথকাৰ সুযোগতে হৰিজন কলনীৰ ৰাজদ্বীপ দত্ত নামৰ ঔষধ ব্যৱসায়ীজনৰ পত্নী ৰুমী দত্তক সুব্ৰতই চোকা অস্ত্ৰৰে ডিঙি ৰেপি অতি নৃশংসভাৱে হত্যা কৰে।

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি