• Home
  • »
  • News
  • »
  • assam
  • »
  • নগাঁৱৰ কঠীয়াতলী চাৰিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা ! দুৰ্ঘটনাত এজন নিহত, আহত কেইবাজনো ...

নগাঁৱৰ কঠীয়াতলী চাৰিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা ! দুৰ্ঘটনাত এজন নিহত, আহত কেইবাজনো ...

সোমবাৰে দুপৰীয়া নগাঁৱৰ কঠিয়াতলী আৰক্ষী চকীৰ অন্তৰ্গত কঠীয়াতলী চাৰিআলিত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ এখন তীব্ৰ বেগী আল্টা বাছে মহতিয়াই নিলে ৰাস্তাৰ কাষৰ বাছ কাউন্টাৰৰ সন্মুখত ৰৈ থকা কেইবাগৰাকীও যাত্ৰীক ৷

  • Share this:
সোমবাৰে দুপৰীয়া নগাঁৱৰ কঠিয়াতলী আৰক্ষী চকীৰ অন্তৰ্গত কঠীয়াতলী চাৰিআলিত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ এখন তীব্ৰ বেগী আল্টা বাছে মহতিয়াই নিলে ৰাস্তাৰ কাষৰ বাছ কাউন্টাৰৰ সন্মুখত ৰৈ থকা কেইবাগৰাকীও যাত্ৰীক ৷ সংকট জনক অৱস্থাত স্থানীয় ৰাইজে আটাইকেইজনক কঠীয়াতলী চিকৎসালয়লৈ প্ৰেৰণ কৰে যদিও আঘাত গুৰুতৰ হোৱাত  দুই মহিলা সহ চাৰিজন লোকক নগাঁৱৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷  ইপিনে দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি কঠিয়াতলী চাৰিআলিত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ ইতিমধ্যে এজন লোক নিহত হৈছে বুলি জানিব পৰা গৈছে । দুৰ্ঘটনাটো সংঘটিত কৰা বাছখনৰ নম্বৰ হৈছে AS02AC8588। নগাঁৱৰ পৰা লংকা অভিমুখে গৈ আছিল বাছখন ৷ ইপিনে বাছখনৰ চালকক উপস্থিত ৰাইজে উত্তম-মাধ্যম শোধাই আৰক্ষীক গতাই দিয়ে।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি