নগাঁৱৰ ননৈ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত জাকে জাকে ৰাস্তা পাৰ হ'ল বন্যহস্তী। এইবাৰ যানজঁট অথবা গাড়ী মটৰ পাৰ কৰোৱাত ব্যস্ত নহয়, এইবাৰ ৰাষ্ট্ৰীয় ঘাইপথত যানবাহনৰ বিপৰীতে হাতী পাৰ কৰোৱাত ব্যস্ত হ'ল নগাঁৱৰ যানবাহন আৰক্ষী ।

ননৈ শ'লমাৰীত সোমবাৰে পুৱাই দেখা গ'ল এই দৃশ্য । বনাঞ্চলৰ পৰা খাদ্য সন্ধানত জনাঞ্চললৈ নামি অহা হাতীৰ এটা বৃহৎ জাক ৰাষ্ট্ৰীয় ঘাইপথ পাৰ কৰা দেখা গ'ল আৰক্ষীক । খাদ্যৰ অভাৱত জনাঞ্চললৈ ওলাই অহা বন্যহস্তী জাকটোৱে ঘৰ ভাঙি, শ-শ বিঘা পথাৰৰ সোণালী ধানবোৰ খোৱাৰ লগতে বহু খেতি নষ্ট কৰি পুৱা এইদৰে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হোৱাত যানজঁটৰ সৃষ্টি হয় ।পিছত যানবাহন আৰক্ষী শলমাৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত উপস্থিত হৈ হাতী পাৰ কৰোৱাত ব্যস্ত হোৱা দেখা গ'ল । পৰৱৰ্তী সময়ত বন বিভাগ, স্থানীয় ৰাইজৰ লগতে যানবাহন আৰক্ষীয়ে হাতী ৰাস্তা পাৰ কৰাই যানজঁট নিয়ন্ত্ৰণ কৰে ।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|