নগাঁওৰ কচলুখোৱাত ৰহস্যজনক ভাৱে উদ্ধাৰ মৃতদেহ

কচলুখোৱা হাউচিং কমপ্লেক্সৰ সমীপত উদ্ধাৰ

News18-Assam
Updated:July 5, 2019, 9:45 PM IST
নগাঁওৰ কচলুখোৱাত ৰহস্যজনক ভাৱে উদ্ধাৰ মৃতদেহ
কচলুখোৱা হাউচিং কমপ্লেক্সৰ সমীপত উদ্ধাৰ
News18-Assam
Updated: July 5, 2019, 9:45 PM IST
নগাঁও চহৰৰ কচলুখোৱাত ৰহস্যজনক ভাৱে উদ্ধাৰ মৃতদেহ। কচলুখোৱা হাউচিং কমপ্লেক্সৰ সমীপত উদ্ধাৰ য়াছিন আলী সৰকাৰ নামৰ এগৰাকী ব্যক্তিৰ মৃতদেহ। মৃত ব্যক্তিগৰাকীৰ ঘৰ নগাঁৱৰ জুৰীয়াত। ইতিমধ্যে নগাঁও আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

নগাঁৱৰ পৰা নীলোৎপল বৰা
আৰু চাওক পৰৱৰ্তী বাতৰি