ভাল খবৰ! শীঘ্ৰে কাৰ্যক্ষম হ’ব নগাঁও–কাছাৰ কাগজ কল

News18-Assam
Updated:June 19, 2019, 1:45 PM IST
ভাল খবৰ! শীঘ্ৰে কাৰ্যক্ষম হ’ব নগাঁও–কাছাৰ কাগজ কল
PPP পদ্ধতিৰে চলিব নগাঁও আৰু কাছাৰ কাগজ কলৰ কাম–কাজ।

PPP পদ্ধতিৰে চলিব নগাঁও আৰু কাছাৰ কাগজ কলৰ কাম–কাজ।

  • Share this:
অসমবাসীৰ বাবে এটা ভাল খবৰ। অচিৰে কাৰ্যক্ষম হ’ব বন্ধ হৈ থকা কাগজ কল। PPP পদ্ধতিৰে চলিব নগাঁও আৰু কাছাৰ কাগজ কলৰ কাম–কাজ। দিল্লীত কেন্দ্ৰীয় গুৰু উদ্যোগ মন্ত্ৰীৰ সৈতে মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু পীযূষ হাজৰিকাৰ বৈঠকত এই সিদ্ধান্ত। দীৰ্ঘদিন ধৰি বন্ধ হৈ আছে কাগজ কল দুটা। যাৰ ফলত কল দুটাৰ কৰ্মচাৰীসকলৰ জীৱন দুৰ্বিসহ হৈ পৰিছে।
First published: June 19, 2019, 1:45 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি