মুখ্যপৃষ্ঠা »খবৰ »অসম »অসমবাসীৰ বাবে এটা ভয়ংকৰ খবৰ!

অসমবাসীৰ বাবে এটা ভয়ংকৰ খবৰ!

এমাহৰ ভিতৰত নিলাম হ’ব কাছাৰ আৰু নগাঁও কাগজ কল! কাগজ কল ৰক্ষাৰ বাবে চৰকাৰৰ হাতত মাত্ৰ এমাহৰ সময়। নিলাম হ’ব কল দুটাৰ ৩,০০০ একৰ ভূমিৰ লগতে সকলো যন্ত্ৰপাতি।

  • Share this:
    এমাহৰ ভিতৰত নিলাম হ’ব কাছাৰ আৰু নগাঁও কাগজ কল! কাগজ কল ৰক্ষাৰ বাবে চৰকাৰৰ হাতত মাত্ৰ এমাহৰ সময়। নিলাম হ’ব কল দুটাৰ ৩,০০০ একৰ ভূমিৰ লগতে সকলো যন্ত্ৰপাতি। ৰাষ্ট্ৰীয় কোম্পানী আইন প্ৰাধিকৰণৰ গুৰুত্বপূৰ্ণ ৰায়। এমাহৰ ভিতৰত আপত্তি দাখিল কৰিবলৈ ন্যায়াধিকৰণে সময়সীমা বান্ধি দিছে চৰকাৰক।

    কিছুদিন পূৰ্বে নগাঁও কাগজ কলৰ এগৰাকী বিষয়া পৰ্যায়ৰ কৰ্মচাৰীয়ে আত্মহত্যা কৰাৰ পিছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংবাদমেলত আশ্বাস দিছিল যে কাগজ কল উদ্ধাৰ কৰিবলৈ ৰাজ্য চৰকাৰে সকলো ব্যৱস্থা গ্ৰহণ কৰিব। NEWS18ৰ হাতত থকা বিস্ফোৰক তথ্য অনুসৰি, এতিয়া এই প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ চৰকাৰৰ হাতত আছে মাত্ৰ ৩০টা দিন।

    শেহতীয়া বাতৰি