• Home
  • »
  • News
  • »
  • assam
  • »
  • Breaking News: নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবিক তামিলনাডুৰ ৰাজ্যপাল হিচাপে বদলি, অসমৰ ৰাজ্যপাল জগদীশ মুখীক তেওঁৰ স্থানত কাৰ্য সম্পাদনৰ দায়িত্ব...

Breaking News: নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবিক তামিলনাডুৰ ৰাজ্যপাল হিচাপে বদলি, অসমৰ ৰাজ্যপাল জগদীশ মুখীক তেওঁৰ স্থানত কাৰ্য সম্পাদনৰ দায়িত্ব...

Nagaland Governor N Ravi Moved to Tamil Nadu, Assam Governor Jagdish Mukhi Appointed in His Place: নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবিক তামিলনাডুৰ ৰাজ্যপাল হিচাপে বদলি, অসমৰ ৰাজ্যপাল জগদীশ মুখী তেওঁৰ স্থানত নিযুক্ত ৷

  • Share this:
Nagaland Governor N Ravi Moved to Tamil Nadu, Assam Governor Jagdish Mukhi Appointed in His Place: নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবিক তামিলনাডুৰ ৰাজ্যপাল হিচাপে বদলি, অসমৰ ৰাজ্যপাল জগদীশ মুখী তেওঁৰ স্থানত নিযুক্ত: নাগালেণ্ডৰ ৰাজ্যপাল তথা অৱসৰপ্ৰাপ্ত আইপিএছ বিষয়া আৰ এন ৰবি, যি কেন্দ্ৰৰ মধ্যস্থতাকাৰী আছিল, তেওঁক তামিলনাডুলৈ বদলি কৰা হৈছে আৰু তেওঁৰ ঠাইত অসমৰ ৰাজ্যপাল জগদীশ মুখীক নিযুক্তি দিয়া হৈছে। ৰাষ্ট্ৰপতি ভৱনৰ দ্বাৰা জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত বৃহস্পতিবাৰে নিশা ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে এই ঘোষণা কৰিছে। নিয়মীয়া ব্যৱস্থা নোহোৱালৈকে মুখীক তেওঁৰ নিজৰ দায়িত্বৰ উপৰিও নাগালেণ্ডৰ ৰাজ্যপালৰ কাৰ্য সম্পাদনৰ বাবে নিযুক্ত কৰা হৈছে।

নাগালেণ্ডৰ বিদ্ৰোহী গোটৰ সৈতে চলা আলোচনাই বিশেষ গতি পাব বুলি আশা কৰা হৈছে ৷ কিয়নো NSCN-IMয়ে ৰবিক ৰাজ্যপাল আৰু ভাৰত-নগা সমস্যা সমাধানৰ মধ্যস্থতাকাৰী পদৰ পৰা আঁতৰাবলৈ দাবী জনাই আহিছিল ।

Published by:Kokil Sarma
First published: