উজনিমুৱা নাগালেণ্ড এক্সপ্রেছ ৰে’লখন এইদৰে আবদ্ধ হৈ পৰে। ম
উজনিমুৱা নাগালেণ্ড এক্সপ্রেছ ৰে’লখন এইদৰে আবদ্ধ হৈ পৰে। ম
হোজাইত হঠাৎ মাজনিশা আদবাটতে ৰৈ গ’ল এখন যাত্ৰীবাহী ৰে’ল। ফলত ঘণ্টাৰ পিছত ঘণ্টা ধৰি আদবাটতে আবদ্ধ হৈ থাকিল ৰে’লখন। উজনিমুৱা নাগালেণ্ড এক্সপ্রেছ ৰে’লখন এইদৰে আবদ্ধ হৈ পৰে। ম
ৰে’লখন আদবাটত ৰৈ যোৱাত মাজনিশা ১২ বজাৰ পৰা প্ৰায় ৩ বজালৈকে যাত্ৰীসকল আবদ্ধ হৈ থকাত হাহাকাৰ লাগে যাত্ৰীৰ মাজত। চলন্ত অৱস্থাত ৰে’ল গাড়ীখনৰ ইঞ্জিন বিকল হোৱাৰ ফলত এইদৰে আবদ্ধ হৈ পৰে। পৰৱৰ্তী সময়ত পুৱতিনিশা যমুনামুখ ষ্টেচনৰ পৰা আন এটা ইঞ্জিন আহি পোৱাৰ পিছত ৰে’লখন গন্তব্য স্থানলৈ যাত্ৰা কৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|