অসমৰ ভূমিত পুনৰ নগাৰ দপদপনি, মৰিয়নীত বন্ধ কৰিলে সীমান্ত আৰক্ষী চকীৰ নিৰ্মাণকাৰ্য

নগা দুৰ্বৃত্তৰ ভাবুকিৰ পিছতে সীমান্ত আৰক্ষী চকীৰ নিৰ্মাণকাৰ্য বন্ধ কৰি দিয়ে যোৰহাট জিলা প্ৰশাসনে।

News18-Assam
Updated:September 17, 2019, 11:37 AM IST
অসমৰ ভূমিত পুনৰ নগাৰ দপদপনি, মৰিয়নীত বন্ধ কৰিলে সীমান্ত আৰক্ষী চকীৰ নিৰ্মাণকাৰ্য
নগা দুৰ্বৃত্তৰ ভাবুকিৰ পিছতে সীমান্ত আৰক্ষী চকীৰ নিৰ্মাণকাৰ্য বন্ধ কৰি দিয়ে যোৰহাট জিলা প্ৰশাসনে।
News18-Assam
Updated: September 17, 2019, 11:37 AM IST
অসমৰ ভূমিত পুনৰ নগাৰ দপদপনি। মৰিয়নীৰ অসম–নাগালেণ্ড সীমান্তত ত্ৰাসৰ সৃষ্টি কৰিছে নগা দুৰ্বৃত্তই। অসমৰ মাটিতে সীমান্ত আৰক্ষীক ভাবুকি নগাৰ। অসমৰ ভূমিত নিৰ্মাণ কৰি থকা মগৈ সীমান্ত আৰক্ষী চকীৰ নিৰ্মাণকাৰ্য বন্ধ কৰিবলৈ ভাবুকি নগাৰ। নগা দুৰ্বৃত্তৰ ভাবুকিৰ পিছতে সীমান্ত আৰক্ষী চকীৰ নিৰ্মাণকাৰ্য বন্ধ কৰি দিয়ে যোৰহাট জিলা প্ৰশাসনে। এই ঘটনাক লৈ অসম–নাগালেণ্ড সীমান্তত বিৰাজ কৰিছে তীব্ৰ উত্তেজনা।
 NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি