এবছুৰ মুৰব্বী প্ৰমোদ বড়োলৈ নৱ শৰণীয়াৰ গ’ল্ডেন অ’ফাৰ, নিৰ্বাচনত জিকিলে কি পদ দিব প্ৰমোদ বড়োক?

বিটিচিৰ মুখ্য কাৰ্য্যবাহীৰ অফাৰ প্ৰমোদ বড়োলৈ

News18-Assam
Updated:October 25, 2019, 4:23 PM IST
এবছুৰ মুৰব্বী প্ৰমোদ বড়োলৈ নৱ শৰণীয়াৰ গ’ল্ডেন অ’ফাৰ, নিৰ্বাচনত জিকিলে কি পদ দিব প্ৰমোদ বড়োক?
বিটিচিৰ মুখ্য কাৰ্য্যবাহীৰ অফাৰ প্ৰমোদ বড়োলৈ
News18-Assam
Updated: October 25, 2019, 4:23 PM IST
এবছুৰ মুৰব্বী প্ৰমোদ বড়োক নৱ শৰণীয়াৰ গোল্ডেন অফাৰ। বিটিচিৰ পৰিষদীয় নিৰ্বাচনত পৰিষদ দখল কৰিবলৈ সক্ষম হ’লে বিটিচিৰ মুখ্য কাৰ্য্যবাহীৰ পদ যাচিব প্ৰমোদ বড়োক। এই অফাৰ আগবঢ়াইছে নৱ শৰণীয়াৰ নেতৃত্বাধীন গণ সুৰক্ষা পাৰ্টীয়ে। এবছুৰ মুৰব্বী গৰাকীয়ে অৱশ্যে মানি লব লাগিব কেবাটাও চৰ্ত। প্ৰমোদ বড়োলৈ দিয়া প্ৰস্তাৱ সম্পৰ্কত News18 ক জনালে গণ সুৰক্ষা পাৰ্টীৰ মুখ্য উপদেষ্টা ব্ৰজেন মহন্তই।
আৰু চাওক পৰৱৰ্তী বাতৰি