কোকৰাঝাৰত নৱ শৰণীয়াৰ মুখতেই শেষ হাঁহি

বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰমীলাৰাণী ব্ৰহ্ম আৰু UPPLৰ প্ৰাৰ্থী ইউ জি ব্ৰহ্মক চেৰ পেলালে নৱ কুমাৰ শৰণীয়াই

news18assam
Updated:May 23, 2019, 10:38 PM IST
কোকৰাঝাৰত নৱ শৰণীয়াৰ মুখতেই শেষ হাঁহি
বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰমীলাৰাণী ব্ৰহ্ম আৰু UPPLৰ প্ৰাৰ্থী ইউ জি ব্ৰহ্মক চেৰ পেলালে নৱ কুমাৰ শৰণীয়াই
news18assam
Updated: May 23, 2019, 10:38 PM IST
কোকৰাঝাৰ লোকসভা সমষ্টিত নৱ কুমাৰ শৰণীয়াৰ জয়লাভ। বৃহত্‍ ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ’ল নিৰ্দলীয় প্ৰাৰ্থীগৰাকী। বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰমীলাৰাণী ব্ৰহ্ম আৰু UPPLৰ প্ৰাৰ্থী ইউ জি ব্ৰহ্মক চেৰ পেলাই কোকৰাঝাৰ লোকসভা সমষ্টি পুনৰ নিজৰ দখলত ৰাখিলে নৱ কুমাৰ শৰণীয়াই।
আৰু চাওক পৰৱৰ্তী বাতৰি