গুৱাহাটী মহানগৰীৰ ব্যক্তিগত ছোৱালী হোষ্টেলত ছাত্ৰী মৃত অৱস্থাত উদ্ধাৰ। ছাত্ৰীগৰাকী কোকৰাঝাৰৰ তাজমিনা আহমেদ বুলি জানিব পৰা গৈছে।
বাথৰুমত মৃত অৱস্থাত প্ৰত্যক্ষ কৰা হয় ছাত্ৰীগৰাকীক। উল্লেখ্য সেই সময়ত একেটা ৰুমতে শুই আছিল আন দুগৰাকী ছাত্ৰী।
ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হয় ভঙাগড় আৰক্ষী। বৰ্তমান সময়লৈ মৃত্যুৰ কাৰণ জানিব পৰা নাই।
Published by: Gautam Barman
FIRST PUBLISHED : May 22, 2023, 19:41 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।